• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কাছাৰ আৰু নগাঁও কাগছ কলক লৈ চলিছে লুণ্ঠনৰ ৰাজনীতি’, JACRU

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 11, 2023 8:41 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

কাছাৰ আৰু নগাঁও কাগছ কলক দুয়োটা কাগজ কলক লৈ লুণ্ঠনৰ ৰাজনীতি চলি আছে। এই গুৰুতৰ অভিযোগ কৰিছে JACRU এ।

গুৱাহাটী প্ৰেছ ক্লাবত JACRU ৰ সংবাদমেল সম্বোধন কৰা এক সংবাদ মেলত JACRU এ কয় যে প্ৰধানমন্ত্ৰী মতে অমৃত কাল চলি আছে আৰু অমৃত কাল চলিছে পুঁজিপতিৰ বাবে চলি আছে।

JACRU এ কেন্দ্ৰীয় চৰকাৰে ৪১৪১ কোটি টকা বিনিয়োগ কৰা দুয়োটা কাগজ কল কিয় বন্ধ কৰি দিয়া হৈছে বুলি সেই ৪১৪১ কোটি টকা ক’লৈ গ‘ল  বুলিও প্ৰশ্ন কৰে।

মৃত্যু হোৱা ১১৫জন শ্ৰমিকক কেন্দ্ৰীয় চৰকাৰে এওঁলোকক হত্যা কৰিছে বুলিও বিস্ফোৰক অভিযোগ কৰিছে JACRU এ।

তেওঁলোকে এই সন্দৰ্ভত CBIৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ মেইল যোগে প্ৰেৰণ কৰিব পত্ৰ বুলি সদৰী কৰিছে।

৪১৪১ কোটি টকাৰে অতি শীঘ্ৰে  কাগজ দুটা পুনৰুদ্ধাৰ কৰাৰো দাবী জনায় JACRU এ। লগতে কয় যে ২০১৫ৰ পৰা ২০১৯ লৈ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ২৮৫ কোটি টকা আত্মহাৎ কৰা হৈছে। দৰমহাৰ পৰা কাটি ৰখা পইচা কোনে হৰলুকি কৰিলে বুলি প্ৰশ্ন কৰিছে JACRU এ।

JACRU ৰ মতে প্ৰভিডেণ্ট ফাণ্ডৰ ২৮৫ কোটিৰ কেলেংকাৰী হোৱা বুলি উচ্চতম ন্যায়ালয়েও উল্লেখ কৰিছে। JACRUএ এই টকা শ্ৰমিকৰ টকা আৰু অতি সোনকালে এই টাকা শ্ৰমিকক ঘূৰাই দিবলৈ দাবী জনায়।

ইপিনে ২০২০ৰ ৪ মাৰ্চত কাগজ কলৰ বিভিন্ন দুৰ্নীতিক লৈ CBIএ কৰিছিল আৰু ইয়াত হিল ট্ৰেড এজেঞ্চী নাম সাঙুৰ খাইছিল বুলি সদৰী কৰিছে JACRU এ। সেই তদন্তৰ ফলাফল আজিও ৰহস্যৰ বিষয় হৈয়ে থাকিল।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd