• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মান-ইজ্জত নাই নেকি ক্ৰিকেটাৰৰ : অপমানিত ক্ৰিকেটাৰৰ পক্ষত মহম্মদ ছামী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 11, 2024 7:17 am
22.5k
VIEWS
Share on FacebookShare on Twitter

লক্ষ্ণৌ ছুপাৰ জয়েন্টৰ স্বতাধিকাৰী সঞ্জীৱ গোৱেংকাই কে এল ৰাহুলক ককৰ্থনা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ভাৰতৰ কিংবদন্তী বলাৰ মহম্মদ ছামী।

উল্লেখ্য যে আই পি এলৰ লক্ষ্নৌ ছুপাৰ জয়েন্টৰ ক্ৰিকেটাৰ কে এল ৰাহুল। শেহতীয়াকৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ওচৰত দলটোৱে পৰাজয় বৰণ কৰাৰ পিছত দলটোৰ স্বতাধিকাৰী সঞ্জীৱ গোৱেংকাই কে এল ৰাহুলক ককৰ্থনা কৰে। গোৱেংকাৰ সেই আচৰণৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

এই ঘটনাৰ প্ৰতিবাদ কৰিছে মহম্মদ ছামীয়ে। সতীৰ্থ কে এল ৰাহুলৰ অপমান সহ্য কৰিব পৰা নাই মহম্মদ ছামীয়ে।

ছামী্যে গোৱেংকাক উদ্দেশ্যি কয় – “ এয়া এক লজ্জাজনক কাণ্ড। আপুনি এজন সন্মানীয় ব্যক্তি। আপোনাৰ যিদৰে সন্মান আছে ঠিক একেদৰে ক্ৰিকেটৰো সন্মান আছে। এইবোৰ ঘটনা ৰাইজে চাই আছে। আপোনাৰ আচৰণৰ পৰা মানুহে কি শিকিব?”

কে এল ৰাহুলৰ লগত গোৱেংকাই কৰা আচৰণ সন্দৰ্ভত ছামীৰ স্পষ্ট কথা – টীমৰ হৈ খেলাৰ অৰ্থ এইটো নহয় যে ক্ৰিকেটাৰক মালিকে গালি-গালাজ কৰাৰ অধিকাৰ আছে।

স্বামীয়ে কয় যে সকলো টীমৰ মালিকে ক্ৰিকেটাৰৰ লগত ভাল ব্যৱহাৰ কৰাৰ বাবে সুনাম অৰ্জন কৰিছে। গোৱেংকাই সেই সকলৰ পৰা শিক্ষা লোৱা উচিত। ৰাজহুৱাভাবে কে এল ৰাহুলক এনে ব্যৱহাৰ কৰাতো উচিত হোৱা নাই। ড্ৰেচিং ৰুম বা হোটেলত কিবা কোৱা হ’লে আপত্তি নাছিল। সামাজিক স্থানত কৰা এনে আচৰণে ভুল বাৰ্তা প্ৰেৰণ কৰে।

লক্ষনীয়ভাবে বিভিন্ন মহলে এই ঘটনাক গৰিহনা দিয়াৰ লগতে সমালোচনা কৰাৰ পাছতো সঞ্জীৱ গোৱেংকাই ঘটনাটোৰ বাবে কোনো আক্ষেপ প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে এল এছ জিয়ে কে এল ৰাহুলক অধিনায়ক পদৰ পৰা অপসাৰণ কৰিবলৈহে সাজু হৈছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে.

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd