• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থা বিপথে পৰিচালিত বুলি বিদেশত প্ৰচাৰ চলিছে : ৰাহুল গান্ধীক টাৰ্গেট কিৰেণ ৰিজিজুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 5:48 pm
141
VIEWS
Share on FacebookShare on Twitter

দেশৰ গণতন্ত্ৰ আৰু ন্যায়পালিকা বিপথে পৰিচালিত হৈছে বুলি দেশৰ ভিতৰে–বাহিৰে প্ৰচাৰ চলোৱা হৈছে – এই অভিযোগ দেশৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

শনিবাৰে এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে দেশৰ ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা উচিত নহয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত থাকি ৰাহুল গান্ধীয়ে ভাৰতৰ গণতন্ত্ৰ আৰু ন্যায়পালিকা সংকটত আছে বুলি উল্লেখ কৰিছিল। ইয়াৰ লগতে নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে।

সেয়ে ৰাহুল গান্ধীক কাউন্টাৰ দিবলৈ কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰত আৰু বাহিৰত সদায় এটা বিশেষ গোটে দেশৰ গণতন্ত্ৰ আৰু ন্যায়পালিকাৰ সংকটত পৰিছে বুলি প্ৰচাৰ কৰি ফুৰে।

ৰিজিজুৱে দাবী কৰে যে বিশ্বত দেশৰ ভাবমূর্তি নষ্ট কৰিবলৈ এই কাম কৰা হৈছে৷ ৰিজিজুৱে অভিযোগ কৰে যে একাংশই বিচাৰিছে যে ন্যায়পালিকাই বিৰোধীৰ ভূমিকা পালন কৰক। বিজেপিৰ নেতা অনুৰাগ ঠাকুৰৰ পিছত এইদৰে ৰাহুল গান্ধীক আক্ৰমণ কৰা দেখা গ’ল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে কেমব্ৰিজৰ ভাষণত কৈছিল যে চৰকাৰে বিৰোধীৰ মবাইলত পেগাছাছ ভাইৰাছ সোমোৱাই দি গোপনীয়তাৰ অধিকাৰ ভংগ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত অনুৰাগ ঠাকুৰে কৈছিল যে পেগাছাছ ভাইৰাছ ৰাহুল গান্ধীৰ মগজুৰ বাদে আন ক’তো নাই।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd