• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছন্দ হেৰাইছে নেকি দাম্পত্য জীৱনৰ? যৌন শক্তি বৃদ্ধিৰ বাবে খাওঁক এইকেইটা বিশেষ খাদ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2023 1:33 pm
26k
VIEWS
Share on FacebookShare on Twitter

আজিৰ ব্যস্ততাপূৰ্ণ সমাজখনত জীৱনধাৰণৰ কিছুমান অভ্যাস, খাদ্যাভাস আদি বিভিন্ন কাৰকৰ বাবে বহুতো লোক যৌন জীৱনত সুখী নহয়। যৌন অক্ষমতাই সমাজত বহুতো লোকক ইতিমধ্যে শাৰীৰিক আৰু মানসিকভাবে বিধ্বস্ত কৰি পেলাইছে। পৰিয়াললৈ অশান্তি কঢ়িয়াই আনিছে।

সেয়ে আজি আপোনালোকলৈ লৈ আনিছোঁ এনে এখন খাদ্যৰ তালিকা, যি কেইটা খাদ্য সেৱন কৰিলে বৃদ্ধি পাব আপোনাৰ যৌন সক্ষমতা। এই কেইটা খাদ্য নিয়মিতভাবে সেৱন কৰিলে আপুনি লাভ কৰিব পাৰিব চৰম যৌন তৃপ্তি। কি সেই কেইটা বিশেষ খাদ্য –

ডাৰ্ক চকলেট:

এই বিশেষ চকলেটটোত ফেনাইল ইথাইলামাইন প্ৰচুৰ পৰিমাণে থাকে। যিয়ে এণ্ড’ৰ্ফিন হৰমন বৃদ্ধি কৰাত সহায় কৰে। এই হৰম’নে মনটোক সুস্থ কৰি ৰাখে। ইয়াত থকা ফ্লেভন’ইডে ৰক্ত সঞ্চালন বৃদ্ধি কৰে। যিয়ে যৌন উদ্দীপক হিচাপে কাম কৰে।

আপেল: বিজ্ঞানে কয় যে আপেলত থকা পুষ্টিকৰ উপাদানে কামনা বৃদ্ধি কৰে। সেয়ে যৌন শক্তি বৃদ্ধিৰ বাবে নিয়মিতভাবে আপেল ভক্ষণ কৰিব লাগে।

ডিমৰু ফল : অসমৰ গাঁও অঞ্চলত সততে দেখা পোৱা এবিধ ফল হৈছে বৰ ডিমৰু। এইবিধ ফলত থকা এমিনো এচিডে কামনা–বাসনা বৃদ্ধি কৰাত বিশেষভাবে সহায় কৰে।

ছালমন: ছালমন হৈছে ওমেগা ৩ আৰু ফেটি এচিডেৰে ভৰপূৰ এবিধ খাদ্য। এই পদাৰ্থই শিৰা আৰু ধমনীৰ মাজত তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে। যিয়ে যৌনতাৰ তীব্ৰতা বৃদ্ধি কৰাত সহায় কৰে।

আদাঃ আদাই ৰক্ত সঞ্চালন বৃদ্ধি কৰে। আদা হৃদপিণ্ডৰ বাবেও যথেষ্ট উপকাৰী খাদ্য। ই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে। যাৰ বাবে কামনা বৃদ্ধিত আদা এবিধ গুৰুত্বপূৰ্ণ খাদ্য।

তৰমুজঃ ইয়াত প্ৰচুৰ পৰিমাণে এমিন’ এচিড আৰু পানী থাকে। নিয়মিতভাবে তৰমুজ খোৱাৰ ফলত যৌন সম্পৰ্কৰ সময়ত মহিলাসকলৰ যোনি স্বাভাৱিকতেই পিছল হৈ পৰে আৰু সম্ভোগ সুখময় হয়।

Recent News

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd