• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহুৰ সুযোগ লৈ গোলাঘাটৰ বিপিন ফুকন নগৰত চোৰৰ চাফাই অভিযান

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 19, 2021 10:11 am
Golaghat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহুৰ বতৰত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গোলাঘাটৰ বিপিন ফুকন নগৰত চোৰে চলালে চাফাই অভিযান।

কালি নিশা বিপিন ফুকন নগৰৰ পংকজ ফুকনৰ বাসগৃহত চোৰে চুৰি কৰি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰিলে এই চুৰিকাণ্ড।

জানিব পৰা মতে বিহু উপলক্ষে শনিবাৰে পৰিয়ালসহ ডিব্ৰুগড়লৈ গৈছিল পংকজ ফুকন।

দেওবাৰে ঘৰলৈ ঘুৰি আহি দুৱাৰৰ তলা ভাঙি থকা অৱস্থাত দেখে পৰিয়ালে।

ঘৰুৱা আচবাব লণ্ড-ভণ্ড কৰি সোনৰ আ-অলংকাৰ, মুল্যবান সামগ্ৰী লুটি নিয়ে চোৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

September 20, 2025 3:18 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিমানবন্দৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব দেহ

September 20, 2025 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd