• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৱা ১২৩ বছৰৰ ভিতৰত এই নবেম্বৰ মাহেই আছিল সৰ্বাধিক উষ্ণ : বতৰ বিজ্ঞান কেন্দ্ৰৰ চাঞ্চল্যকৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 3, 2024 7:32 pm
153
VIEWS
Share on FacebookShare on Twitter

গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে আলোচনা হয় যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। শেহতীয়াকৈ আই এম ডিয়ে দিয়া তথ্য অতি আতংকজনক। আই এম ডিৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহটো এই শতিকাৰ দ্বিতীয় উষ্ণ নবেম্বৰ মাহ আছিল!

আইএমডিৰ তথ্য অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ মাহত সৰ্বোচ্চ গড় উষ্ণতা আছিল ২৯.৩৭ ডিগ্ৰী। যোৱা ১২৩ বছৰৰ ভিতৰত ই সৰ্বাধিক। পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহত সৰ্বোচ্চ গড় উষ্ণতা ০.৬২ ডিগ্ৰী বেছি হোৱাৰ বিপৰীতে সৰ্বনিম্ন গড় উষ্ণতা স্বাভাৱিক উষ্ণতাতকৈ ১.০৫ ডিগ্ৰী বেছি।

গোটেই নৱেম্বৰ মাহত দেশৰ বিভিন্ন ঠাইত দিনৰ গড় উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে ৰাতিৰ গড় উষ্ণতাও বৃদ্ধি পালে।

বতৰ বিজ্ঞানীসকলৰ মতে, পৰ্যাপ্ত পৰিমাণৰ ঘূৰ্ণীবতাহ আৰু পশ্চিমীয়া বতাহৰ অভাৱৰ বাবে নৱেম্বৰ মাহত ইমান উচ্চ তাপমাত্ৰাৰ সৃষ্টি হৈছিল। এক কথাত ক’বলৈ গ’লে যোৱা এমাহৰ ভিতৰত দেশত সঠিকভাৱে বৰষুণ হোৱা নাই৷

উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ বৃহৎ অঞ্চলত বিশেষ বৰষুণ হোৱা নাছিল বুলি আইএমডিয়ে জানিবলৈ দিয়ে। গৱেষকসকলৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিয়েই ইয়াৰ মূল কাৰণ।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd