• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ বিছ বছৰ গৰকা এইজন ক্ৰিকেটাৰৰ সম্পত্তিয়ে আপোনাক আচৰিত কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2020 7:34 pm
cricketer prithvi shaw

ছবি সৌজন্য-- News Crab

43.4k
VIEWS
Share on FacebookShare on Twitter

বয়সে মাত্ৰ বিছ বছৰ গৰকিছে। কিন্তু পৃথ্বি শ্ব নামৰ এইগৰাকী ক্ৰিকেটাৰৰ সম্পত্তি মানুহক অবাক কৰিব পৰা পৰিমাণৰ।

১৯৯৯ চনৰ ৯ নৱেম্বৰত জন্ম শ্ব টপ অৰ্ডাৰ বেটছমেন। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ তেওঁ টেষ্টত আত্মপ্ৰকাশ কৰিছে যদিও স্থান এতিয়াও নিগাজী হোৱা নাই।

দিল্লী কেপিটেলছে আই পি এলৰ বাবে তেওঁক ১.৬ কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল।

Wikipedia, Forbes, IMDb, TrendCelebsNow আদি বিভিন্ন অনলাইন ৱেবছাইটৰ মতে ১৯ বছৰ বয়সতে শ্বৰ সম্পত্তি আছিল ৯২ মিলিয়ন ডলাৰ!

শ্বই পেচাদাৰী খেলুৱৈৰূপে নিজাববীয়া আয় কৰাৰ লগতে তেওঁৰ দেউতাকো এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী।

শ্বৰ ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে তেওঁলোকৰ পৰিয়ালে মুম্বাইত থিতাপি লয়।

শ্ব ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল আৰু তেওঁ সঞ্জু চেমছন, মায়াংক মকৰান্দ, জছপ্ৰিত বুমৰাহ আদিৰ সতীৰ্থ আছিল।

Recent News

ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী বহনক্ষম উন্নয়ন লক্ষ্য ৰেংকিঙত প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০০ত স্থান লাভ ভাৰতৰ!

ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী বহনক্ষম উন্নয়ন লক্ষ্য ৰেংকিঙত প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০০ত স্থান লাভ ভাৰতৰ!

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

ট্ৰাম্পৰ যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ ইৰাণৰ! পুনৰ আক্ৰমণ নহ’লে নতুন সংঘাতত লিপ্ত নহয় ইৰাণ

ট্ৰাম্পৰ যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ ইৰাণৰ! পুনৰ আক্ৰমণ নহ’লে নতুন সংঘাতত লিপ্ত নহয় ইৰাণ

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd