• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2025 6:20 pm
115
VIEWS
Share on FacebookShare on Twitter

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েচনে এয়াৰ ইণ্ডিয়াৰ তিনিজন জ্যেষ্ঠ কৰ্মকৰ্তাক অপসাৰণৰ নিৰ্দেশ দিছে।

এইবাৰ এয়াৰ ইণ্ডিয়াৰ তিনি জ্যেষ্ঠ বিষয়াক ক্ৰু ছিডিউলিঙৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিলে ডিজিচিএই। ১০ দিনৰ ভিতৰত এই তিনি বিষয়াৰ বিৰুদ্ধে ডিচিপ্লিনেৰী একশ্যন লোৱাৰ নিৰ্দেশ দিছে ডিজিচিএই। ক্ৰুসকলক ডিউটি দিয়াৰ ক্ষেত্ৰত নিয়মিত ভুল কৰাৰ অভিযোগ এই তিনি বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে।

ডিজিচিএৰ নিৰ্দেশ অনুসৰি, এয়াৰ ইণ্ডিয়াই ফ্লাইট ক্ৰুৰ ছিডিউল আৰু অপাৰেচনে বহু নিয়ম উলংঘা কৰিছিল। ইয়াৰ ভিতৰত ফ্লাইট ক্ৰুৰ বাবে প্ৰয়োজনীয় লাইচেন্স, বিশ্ৰামৰ সময় আৰু ফ্লায়িং এক্সপিৰিয়েন্স (ৰেচেন্সী)ৰ নিয়মো অন্তৰ্ভুক্ত।

ডিজিচিএৰ নিৰ্দেশত কোৱা হৈছে যে এয়াৰ ইণ্ডিয়াই নিজেই এই ভুলবোৰ জনালেও এয়া ব্যৱস্থাগত ব্যৰ্থতা।

ডিজিচিএই যি তিনিজন কৰ্মকৰ্তাক চাকৰিৰ পৰা অপসাৰণৰ আদেশ দিছে, তেওঁলোক হ’ল ডিভিছনেল ভাইচ প্ৰেছিডেণ্ট চুৰহ সিং, চীফ মেনেজাৰ (অপাৰেচন ডিৰেক্টৰেট, ক্ৰু ছিডিউলিং) পিংকী মিট্টাল আৰু ক্ৰু ছিডিউলিং-প্লেনিঙৰ পায়েল আৰোৰা।

Recent News

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd