• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নকল সোণৰ বিৰুদ্ধে অভিযান! ডবকাত ‘সোণালী’ যীচু খ্ৰীষ্টৰ সৈতে তিনিজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2023 11:28 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

655
VIEWS
Share on FacebookShare on Twitter

হোজাই‘ৰ ডবকাত নগাঁও আৰক্ষীৰ এটা দলে নকল সোণৰ যীচু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।শেহতীয়াকৈ ৰাজ্যজুৰি চলি থকা নকল সোণৰ চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে  ঘোষণা কৰা অভিযানৰে ই অংশ আছিল।

বাতৰি অনুসৰি, ডবকাৰ নামডবকা পথাৰ এলেকাত এটা নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱা হয়। লাখ লাখ লোকক প্ৰতাৰণা কৰাৰ উদ্দেশ্যেৰে এদল লোকে ‘সোণালী’ যীচু খ্ৰীষ্টক ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।

অভিযানৰ সময়ত আৰক্ষীয়ে তিনিজন লোকক আটক কৰি তেওঁলোকৰ লগত যীচু খ্ৰীষ্টৰ উক্ত নকল সোণৰ প্ৰতিমূৰ্তিটো উদ্ধাৰ কৰে। প্ৰতিমূৰ্তিটোৰ ওজনৰ হিচাপত প্ৰায় ১.৭ কিলোগ্ৰাম।

লগতে পঢ়ক: মাজ আকাশত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি মাতি আনিছিল ভয়ংকৰ বিপদ; গ্ৰেপ্তাৰ সেই যাত্ৰী

আটকাধীন লোককেইজন হৈছে আছলাম তালুকদাৰ, জুবাইৰ হুছেইন, আৰু ইকবাল হুছেইন। এই সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে আৰক্ষীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন হোৱা এটা নকল সোণৰ চক্ৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত থকা বুলি দাবী কৰা হৈছে।

এতিয়াও চিআইডিয়ে তদন্ত চলাই থকা আৰু চিবিআইৰ তদন্তৰ বাবে প্ৰক্ৰিয়া চলি থকাৰ সময়তে গোচৰটোত কোনো অগ্ৰগতি দেখা যোৱা নাই।

লগতে পঢ়ক: কি যে হ’ব! জলাশয়ত পৰিল বিষয়াৰ দামী ফোন; উদ্ধাৰৰ বাবে সিঁচি পেলোৱা হ’ল ২১ লাখ লিটাৰ পানী

আনকি একাংশই অভিযোগ উত্থাপন কৰিছে যে এই হত্যাকাণ্ডত শীৰ্ষ পদবীৰ আৰক্ষী জড়িত হৈ আছে আৰু বৰ্তমান নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে চলোৱা অভিযানৰ সমগ্ৰ দৃশ্যপটটো জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই নিয়াৰ কৌশলহে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd