• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি যে হ’ব! জলাশয়ত পৰিল বিষয়াৰ দামী ফোন; উদ্ধাৰৰ বাবে সিঁচি পেলোৱা হ’ল ২১ লাখ লিটাৰ পানী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 27, 2023 8:04 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষয়াজনৰ দামী ফোনটো জলাশয় এটাত পৰি গৈছিল। আৰু সেই ফোনটো বিচাৰি উলিয়াবলৈ সেই জলাশয়টোৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচি পেলালে বিষয়াজনে। বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। ছত্তীশগড়ৰ কইলিবেৰা ব্লকৰ খাদ্য বিষয়া।

বিষয়াগৰাকীৰ প্ৰায় লাখ টকীয়া ফোনটো জলাশয়টোত পৰি গৈছিল। তাতেই অফিচাৰৰ ফোন বুলি এটা কথা। স্থানীয় লোকে লগে লগে পানীত জঁপিয়াই ফোনটো উদ্ধাৰৰ চেষ্টা কৰে। কিন্তু শিলৰ বাবে ফোনটো পোৱা নগ’ল। সূত্ৰ অনুসৰি, তেতিয়া বিষয়াগৰাকীয়ে ফোনটো ঘূৰাই পাবলৈ জলাশয়টোৰ পৰা পানী সিঁচিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত আৰম্ভ হয় পানী সিঁচাৰ কাম।

লগতে পঢ়ক: মুক্তি পালে ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ ছবিৰ ট্ৰেইলাৰ; পৰিচালকলৈ আইনী জাননী

Apply Now

জানিব পৰা মতে, সোমবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় পানী নিষ্কাশনৰ কাম। এই কাম বৃহস্পতিবাৰলৈকে চলি থাকে। বিষয়াজনে নিজৰ ফোনটোৰ বাবে জলাশয়ৰ বহুমূলীয়া পানী উলিয়াই পেলাই দিলে। অৱশেষত জলসিঞ্চন বিভাগে হস্তক্ষেপ কৰে। কাৰণ সেই জলাশয়ৰ পানীৰে কমেও ১৫০০ একৰ খেতি কৰা মাটিত জলসিঞ্চন কৰিব পৰা গ’লহেঁতেন। সেই পানীয়েই এনেদৰে পেলাই দিয়া হ’ল। মানে অপচয় কৰা হ’ল। বিষয়াজন ইমানেই প্ৰতিপত্তিশালী!

ইপিনে, বিষয়াগৰাকীয়ে দাবী কৰে যে ফোনটোত বিভিন্ন চৰকাৰী তথ্য আছে। সেয়ে পানী সিঁচিব লগা হ’ল। তেওঁ দাবী কৰে যে তেওঁ এছ ডি অ’ৰ পৰা মৌখিক অনুমতি লৈছিল। তিনি-চাৰি ফুট পানী উঠোৱাটো একো ডাঙৰ কথা নহ’ব বুলিও তেওঁ কয়। তেওঁৰ মতে ই কৃষকসকলৰ বাবে বৰং উপকাৰীহে হ’ব।

লগতে পঢ়ক: চাণক্য নীতি: পত্নী থকাৰ পিছতো এজন পুৰুষ কিয় আন মহিলাৰ প্ৰতি আকৰ্ষিত হয়? আঁৰত ৫টা কাৰণ

স্থানীয় লোকৰ সহায়ত এই কাম কৰি ফোনটো ঘূৰাই পোৱা বুলি দাবী কৰে বিষয়াগৰাকীয়ে। কিন্তু ইপিনে ইমান উৎকট গৰম। খাল-বিল শুকাই গৈছে। তাতেই অঞ্চলটোত পানীৰ অভাৱ। এনে পৰিস্থিতিত পানী নিষ্কাশন কৰাটো কিমান যুক্তিসংগত সেই প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন ৰৈ গৈছে যে নিজৰ ফোনটো বচাবলৈ বিষয়াগৰাকীয়ে কেনেকৈ ইমানবোৰ কৃষকৰ ভূমি সংকটত পেলাই বহুমূলীয়া পানী কিয় অপচয় কৰিলে?

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd