• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা(স্বা)-ৰ নামত ধন দাবী কৰি শিৱসাগৰত গ্ৰেপ্তাৰ তিনি ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 4:23 pm
196
VIEWS
Share on FacebookShare on Twitter

আলফা(স্বা)ৰ নামত ধন দাবী কৰাৰ অভিযোগত বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন ব্যক্তিক।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে দীপ হাজৰিকা (৪১), চেলিম উল্লাহ (২৮) আৰু জামাল আলী (৪৮)।

এই তিনি অভিযুক্তই শিৱসাগৰৰ জিএনজি ৰোডত বাস কৰা এহাল বৃদ্ধ দম্পতীৰ পৰা ধন দাবী কৰা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি যোৱা ৫ মাৰ্চত ফোনযোগে ত্ৰিপুৰাৰ পৰা তেওঁলোকে ফোন কৰি ধন দাবী কৰে।

বৃদ্ধ দম্পতীহালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত ৩৯/২০২৫ নং গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, দীপ হাজৰিকা বাবুপট্টিৰ বাসিন্দা, আনহাতে চেলিম উল্লাহ আৰু জামাল আলী কৈৱৰ্ত দলনিৰ বাসিন্দা।

Recent News

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

৫ বা ১০ হাজাৰ নহয়, ছেভিংছ একাউণ্টত ন্যূনতম বেলেঞ্চ হ’ব লাগিব ৫০ হাজাৰ! কোন বেংকে দিলে এই নিৰ্দেশনা?

৫ বা ১০ হাজাৰ নহয়, ছেভিংছ একাউণ্টত ন্যূনতম বেলেঞ্চ হ’ব লাগিব ৫০ হাজাৰ! কোন বেংকে দিলে এই নিৰ্দেশনা?

অপাৰেচন সিন্দুৰত পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন এয়াৰক্ৰাফ্ট ধ্বংস কৰা হৈছিলঃ ভাৰতীয় বায়ুসেনাৰ মুৰব্বীৰ দাবী

অপাৰেচন সিন্দুৰত পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন এয়াৰক্ৰাফ্ট ধ্বংস কৰা হৈছিলঃ ভাৰতীয় বায়ুসেনাৰ মুৰব্বীৰ দাবী

ৰাহুল গান্ধীৰ ভোট চুৰি সন্দৰ্ভত আগবঢ়োৱা প্ৰেজেন্টেশ্যনৰ তদন্ত দাবী শাৰদ পাৱাৰৰ

ৰাহুল গান্ধীৰ ভোট চুৰি সন্দৰ্ভত আগবঢ়োৱা প্ৰেজেন্টেশ্যনৰ তদন্ত দাবী শাৰদ পাৱাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd