• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আত্মসমৰ্পণ কৰাৰ বাবে ম্যানমাৰত তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেলক মৃত্যুদণ্ডৰ শাস্তি জুন্টাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2024 2:54 pm
ম্যানমাৰ সেনা। ফাইল ফটোঃ সংগ্ৰহীত।

ম্যানমাৰ সেনা। ফাইল ফটোঃ সংগ্ৰহীত।

644
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ সামৰিক জুন্টাই বিদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ অপৰাধত তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেল পৰ্যায়ৰ বিষয়াক মৃত্যুদণ্ড দিছে।

যোৱা মাহত সহস্ৰাধিক সেনাৰ সৈতে আত্মসমৰ্পণ কৰাৰ পিছত এখন গুৰুত্বপূৰ্ণ চহৰৰ নিয়ন্ত্ৰণ বিদ্ৰোহী সংগঠনটোৰ হাতত গুচি গৈছিল। জুন্টাৰ দুটা সূত্ৰই নিশ্চিত কৰিছে যে তেওঁলোকক সামৰিক আদালতত এই শাস্তি দিয়া হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বান প্ৰদেশৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানীখনৰ নাম লাউক্কাই। থ্ৰী ব্ৰাদাৰহুড এলায়েন্স, ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মি (এমএনডিএ), আৰাকান আৰ্মী (এএ) আৰু টা’আং লিবাৰেশ্যন আৰ্মিৰ তিনিটা গোটৰ সৈতে প্ৰায় এমাহ ধৰি তীব্ৰ যুদ্ধৰ অন্তত যোৱা জানুৱাৰী মাহত ম্যানমাৰ সেনাৰ তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেলে নিজৰ সৈন্যৰ সৈতে লাউক্কাই চহৰৰ দায়িত্বত থকা কমাণ্ডাৰে আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণৰ পিছত থ্ৰী ব্ৰাদাৰহুড এলায়েন্সে সেনা বিষয়া আৰু সদস্যসকলক নিৰাপদে লাউক্কাই এৰি যোৱাত সহায় কৰে।

লগতে পঢ়কঃ অটুট বন্ধন! বন্ধুত্বৰ চিন স্বৰূপে কিমৰ বাবে গাড়ী উপহাৰ পঠিয়ালে পুটিনে

উল্লেখ্য যে ম্যানমাৰৰ সামৰিক আইন অনুসৰি অনুমতি অবিহনে কৰ্মস্থলী এৰিলে সৰ্বোচ্চ মৃত্যুদণ্ড।

অৱশ্যে সেই তিনিজন লোকক কেতিয়া মৃত্যুদণ্ড দিয়া হৈছিল সেই সন্দৰ্ভত বিতং তথ্য জানিব পৰা হোৱা নাই। যোৱা মাহৰ আৰম্ভণিতে দেশৰ সেনাৰ মুখপাত্ৰই নিশ্চিত কৰিছিল যে তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেল সামৰিক জিম্মাত আছে। 

Recent News

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd