• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিয়নীত হোম কোৱাৰেন্টাইনত থকা তিনিজনকৈ ব্যক্তিৰ দেহত কোভিড ১৯ পজিটিভ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
June 30, 2020 2:29 pm
COVID19-positive-1-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো

4.1k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ মৰিয়নীৰ তিনিজনকৈ ব্যক্তিৰ দেহত কোভিড ১৯ ধৰা পৰাক লৈ মৰিয়নীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৰিয়নী ২নং ৱাৰ্ডৰ গান্ধী নগৰৰ এজন আৰু উদয়পুৰৰ ২ জন ব্যক্তিৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিদ ১৯ পজিটিভ।

ইয়াৰে দুজন ব্যক্তি কিছুদিন পূৰ্বে দিল্লীৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছিল{

আনহাতেদি আন এগৰাকী যোৱা ২৮ জুনত গুৱাহাটীৰ পৰা আহি হোম  কোৱাৰেন্টাইনত আছিল।

ইতিমধ্যে স্বাস্থ্য বিভাগে তিনিও জনকে যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে, হোম কোৱাৰেণ্টাইনত থকা এগৰাকী ব্যক্তিৰ পিতৃয়ে মৰিয়নী নগৰৰ ভাৰতীয় ষ্টেট বেংক কমপ্লেক্সত থকা ব্যৱসায়িক প্ৰতিষ্ঠান খুলি ৰাখিছিল বুলি জানিব পৰা গৈছে{

ইয়াক লৈ এতিয়া মৰিয়নীত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

Tags: COVID-19

Recent News

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd