• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিয়নীত হোম কোৱাৰেন্টাইনত থকা তিনিজনকৈ ব্যক্তিৰ দেহত কোভিড ১৯ পজিটিভ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
June 30, 2020 2:29 pm
COVID19-positive-1-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ মৰিয়নীৰ তিনিজনকৈ ব্যক্তিৰ দেহত কোভিড ১৯ ধৰা পৰাক লৈ মৰিয়নীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৰিয়নী ২নং ৱাৰ্ডৰ গান্ধী নগৰৰ এজন আৰু উদয়পুৰৰ ২ জন ব্যক্তিৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিদ ১৯ পজিটিভ।

Apply Now

ইয়াৰে দুজন ব্যক্তি কিছুদিন পূৰ্বে দিল্লীৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছিল{

আনহাতেদি আন এগৰাকী যোৱা ২৮ জুনত গুৱাহাটীৰ পৰা আহি হোম  কোৱাৰেন্টাইনত আছিল।

ইতিমধ্যে স্বাস্থ্য বিভাগে তিনিও জনকে যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে, হোম কোৱাৰেণ্টাইনত থকা এগৰাকী ব্যক্তিৰ পিতৃয়ে মৰিয়নী নগৰৰ ভাৰতীয় ষ্টেট বেংক কমপ্লেক্সত থকা ব্যৱসায়িক প্ৰতিষ্ঠান খুলি ৰাখিছিল বুলি জানিব পৰা গৈছে{

ইয়াক লৈ এতিয়া মৰিয়নীত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

Tags: COVID-19
নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd