NORTHEAST NOW (Assamese)

কাজিৰঙাত তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ : গুলীসহ দুটা AK চিৰিজৰ ৰাইফল জব্দ

May 9, 2021 6:19 pm · এন ই নাও নিউজ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

অসম আৰক্ষীয়ে অভিযান চলায় কাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত গ্ৰেপ্তাৰ কৰিছে চোৰাং চিকাৰী তিনিজনক।

ধৃত চোৰাং চিকাৰী তিনিজনৰ পৰা বৃহৎ পৰিমাণৰ  দুটা AK চিৰিজৰ ৰাইফল জব্দ কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চোৰাং চিকাৰী তিনিজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ বাবে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।

Related News