• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপাৰেশ্যন মহাদেৱ : সেনাৰ গুলীত নিহত পেহেলগাম কাণ্ডৰ ৩ দুধৰ্ষ সন্ত্ৰাসবাদী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 28, 2025 5:14 pm
66
VIEWS
Share on FacebookShare on Twitter

সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেশ্যন সিন্দুৰৰ বিতৰ্ক আৰম্ভ কৰাৰ সময়তে আজি শ্ৰীনগৰৰ সমীপত হোৱা এক এনকাউণ্টাৰত তিনিটা পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে।

জানিব পৰা মতে, ইয়াৰে দুজন পেহেলগাম আক্ৰমণৰ সৈতে জড়িত।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত দেশ কঁপাই যোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰা হৈছিল লস্কৰ-ই-টাইবাৰ সন্ত্ৰাসবাদী চুলেইমান শ্বাহক।

আজি পুৱা হোৱা এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদীৰ ভিতৰত চুলেইমান শ্বাহো আছিল বুলি নিৰাপত্তা সূত্ৰই নিশ্চিত কৰিছে।

সেনাই এই অভিযানত গুলীয়াই হত্যা কৰা আন দুটা সন্ত্ৰাসবাদী হ’ল আবু হামজা আৰু ইয়াছিৰ। পেহেলগাম কাণ্ডৰ হত্যাকাৰীৰ ভিতৰত ইয়াছিৰো আছিল বুলি ধাৰণা কৰা হৈছে।

এই অভিযানৰ অংশ আছিল ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ নিৰাপত্তা বাহিনী।

জানিব পৰা মতে, চুলেইমানে পাকিস্তান সেনাবাহিনীত সেৱা আগবঢ়াইছিল আৰু হাছিম মুছা নামেৰেও পৰিচিত আছিল। পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিণতিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে চুলেমান সম্পৰ্কে যিকোনো ব্যক্তিক তথ্য প্ৰদান কৰিলে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ অফিচিয়েল এক্স একাউণ্টত পূৰ্বে পোষ্ট কৰা হৈছিল যে নিৰাপত্তা বাহিনীয়ে লিডৱাছত অপাৰেচন মহাদেৱ আৰম্ভ কৰিছে।

জানিব পৰা মতে, সেনাৰ গুলীত নিহত আটাইকেটা সন্ত্ৰাসবাদী আছিল বিদেশী নাগৰিক।

সূত্ৰ অনুসৰি এই এনকাউণ্টাৰৰ সময়ত কাৰ্বাইন আৰু এ কে-৪৭ ৰাইফল, ১৭টা ৰাইফল গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰত এক বৃহৎ কাৰ্যকলাপৰ পৰিকল্পনা কৰিছিল বুলি নিৰাপত্তা বাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

অপাৰেশ্যন মহাদেৱ : সেনাৰ গুলীত নিহত পেহেলগাম কাণ্ডৰ ৩ দুধৰ্ষ সন্ত্ৰাসবাদী

অপাৰেশ্যন মহাদেৱ : সেনাৰ গুলীত নিহত পেহেলগাম কাণ্ডৰ ৩ দুধৰ্ষ সন্ত্ৰাসবাদী

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ: আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতাৰ বিষয়ে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ: আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতাৰ বিষয়ে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ

আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো : সংসদত ৰাজনাথ সিং

আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো : সংসদত ৰাজনাথ সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd