• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা স্বাধীনত আৰু এটা আঘাত : আন তিনিজন কেডাৰ অসম আৰক্ষীৰ জালত

তিনিওজন ভাৰত-ম্যানমাৰ সীমা পাৰ হৈ অহাৰ খবৰ পাই আৰক্ষীয়ে হেঁচা দিছিল পৰিয়ালৰ জৰিয়তে

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 15, 2019 1:10 pm
ULFA (I) Cadre

সেনা-আৰক্ষীয়ে আটক কৰা আলফা (স্বাঃ) কেডাৰকেইজন।

1.5k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ইটোৰ পিছত সিটো বিপৰ্য্যয়ৰ সন্মুখীন হোৱা আলফা (স্বাঃ)ৰ ওপৰত আন এটা আঘাত হানি নিৰাপত্তা বাহিনীয়ে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিজনকৈ কেডাৰক আটক কৰিছে।

তিনিচুকীয়া জিলাৰ তৰানি সংৰক্ষিত বনাঞ্চলৰ পৰা ১৪ মে’ত আটক কৰা আলফা কেডাৰকেইজন হ’ল ক্ৰমে স্বয়ম্ভু লেন্স কৰ্প’ৰেল বুবুল মৰাণ ওৰফে টাইগাৰ অসম, স্বয়ম্ভু লেন্স কৰ্প’ৰেল বিনন্দ দহোটীয় ওৰফে স্বদেশ অসম, আৰু চন্দ্ৰকান্ত বৰগোহাঁই ওৰফে তিপং অসম।

তেওঁলোকৰ পৰা বহুকেইটা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা বুলি সেনাৰ সূত্ৰৰ দাবী।

সূত্ৰটোৱে জনোৱা মতে যোৱা প্ৰায় এপষেক ধৰি চোৰাংচোৱাৰ পৰা কেডাৰকেইজনৰ অৱস্থান সম্পৰ্কত খবৰ পাই আছিল।

শেহতীয়াকৈ তিনিওজনে ভাৰত-ম্যানমাৰ সীমা পাৰ হৈ অহা বুলি জানিব পৰাৰ পিছতে আৰক্ষী আৰু সেনাই তেওঁলোকক ধৰিবলৈ কৌশল কৰি পৰিয়ালকেইটাৰ সৈতে যোগাযোগ কৰে। আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ বাবে পৰিয়ালকেইটাৰ জৰিয়তে হেঁচা দিয়া হৈছিল বুলি সূত্ৰটোৱে জনায়।

এনেকুৱা কৌশলৰ বাবেই তিনিওজনে সেনা আৰু আৰক্ষীক কোনো প্ৰতিৰোধ আগ নবঢ়াই ধৰা দিয়ে, সূত্ৰটোৰ দাবী।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd