• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত অসম ৰাইফলছৰ সফল অভিযান; শীৰ্ষস্থানীয় উগ্ৰপন্থী কেডাৰ নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 7:29 pm
298
VIEWS
Share on FacebookShare on Twitter

অসম ৰাইফলছৰ অভিযানকাৰী দলে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে নাগালেণ্ডৰ ঝুনহ’বটত এন এছ চি এন(কে)ৰ ন্যামলাঙ গোটৰ এগৰাকী শীৰ্ষস্থানীয় কেডাৰক নিহত কৰে।

মৃত্যু হোৱা কেডাৰ গৰাকী টভি ছুমী বুলি চিনাক্ত কৰা হয়।

বৃহস্পতিবাৰে পুৱতি নিশা ৩২ নং অসম ৰাইফলছৰ এটা অভিযানকাৰী দলে এন এছ চি এন(কে)ৰ ন্যামলাঙ গোটৰ অস্ত্ৰধাৰী এটা দলে ঝুনহ’বটত বাহৰ পতা বুলি খবৰ লাভ কৰে আৰু অভিযান আৰম্ভ কৰে।

উগ্ৰপন্থী দলটোৱে সেনাৰ দলটোক দেখা মাত্ৰকে গুলীয়াবলৈ ধৰে যদিও অসম ৰাইফলছে প্ৰত্যুত্তৰ দিয়াত এন এছ চি এন(কে)ৰ ন্যামলাঙ গোটৰ শীৰ্ষস্থানীয় কেডাৰ গৰাকীৰ মৃত্যু হয়।

সেনাৰ দলটোৱে আন দুগৰাকী উগ্ৰপন্থী সংগঠনটোৰ সদস্যকো ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা অস্ত্ৰ সমূহৰ ভিতৰত এটা ৯ এম এম পিষ্টল আৰু ২৩ জাই সজীৱ গুলি।

বিগত মাহত এন এছ চি এনে(কে) অসম ৰাইফলছৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ পাছৰে পৰা অসম ৰাইফলছতে নাগা বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে অভিযান বৃদ্ধি কৰিছে।

Recent News

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd