• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ বানপানীত ভাগৰুৱা বনৰজা; বিছনাতে বাগৰি কৰিলে ৰাজকীয় আৰাম

উত্তম শইকীয়া by উত্তম শইকীয়া
July 18, 2019 7:37 pm
Tiger

কাজিৰঙাৰ পৰা ওলাই অহা বাঘিনীটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়াবহ বানপানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তল যোৱাৰ ফলত বনৰীয়া জীৱ-জন্তু সমূহে উদ্যানখনৰ পৰা আশ্ৰয়ৰ সন্ধানত বিভিন্ন ওখ ঠাইলৈ ওলাই আহিবলগীয়া হৈছে।

কলিয়াবৰ মহকুমাৰ হাৰমতিত আজি ৰাতিপুৱা কাজিৰঙাৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘিনীয়ে এঘৰ মানুহৰ শোৱনি কোঠাত আশ্ৰয় গ্ৰহণ কৰে।

Our vet @samshulwildvet is on a mission to tranquilise this #tiger to get him out of bed! Anyone else see the irony? 😆 #AssamFlood #Kaziranga ☝this thread is all abput good work done @vivek4wild@action4ifaw @VishalDadlani @deespeak @_AdilHussain @DevrajSanyal + pic.twitter.com/gCrwZtqzcc

— Wildlife Trust of India (@wti_org_india) July 18, 2019

ঘটনাৰ বিৱৰণী অনুসৰি, ৰাতিপুৱা উদ্যানখনৰ পৰা ওলাই অহা বাঘিনীজনীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ উঠি যাবলৈ চেষ্টা কৰাৰ সময়তে বাধা পাই পথৰ কাষতে থকা এটা ঘৰত প্ৰৱেশ কৰে আৰু ভাগৰত বিছনাৰ ওপৰতে বহি পৰে।

বাঘটোৱে বাসগৃহত প্ৰৱেশ কৰাৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা-দুৱা লাগে আৰু স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত কাজিৰঙাৰ বনকৰ্মী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

As the sun goes down, our team with @kaziranga_ prepares to block the highway and clear the area to provide a safe passage to the tiger. Fingers crossed! #AssamFloods #Kaziranga @vivek4wild @action4ifaw pic.twitter.com/qpJE6zbJnv

— Wildlife Trust of India (@wti_org_india) July 18, 2019

আনহাতে, পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ বন্যপ্ৰাণী উদ্ধাৰকাৰী দলো তাত উপস্থিত হয়। জনসমাগম বৃদ্ধি হোৱাত বাঘিনীজনীয়ে ভয়তে কাষৰ বাঁহনিলৈ দৌৰ মাৰে।

লগতে পঢ়ক : কাজিৰঙাত মৰ্মান্তিক পৰিস্থিতি, বানত অদ্যপি প্ৰাণ হানি ৪টা গঁড়সহ ২৮টাকৈ জন্তুৰ

বন বিভাগৰ কৰ্মীসকলে বাঘিনীটোৰ অৱস্থিতি জানিবৰ বাবে দিনজোৰা অভিযান চলাই যদিও ব্যৰ্থ হয়। তেওঁলোকে অভিযানকালত দ্ৰোণ কেমেৰাৰো ব্যৱহাৰ কৰে।

লগতে পঢ়ক : কাজিৰঙাত পুনৰ গঁড়ৰ পোৱালি উদ্ধাৰ; এইপৰ্যন্ত ৫ টা গঁড়সহ মুঠ ৩৯টা বন্যপ্ৰাণীৰ মৃত্যু

বাঘিনীজনী বিছাৰি কৰা অভিযানৰ বাবে প্ৰায় এঘণ্টাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd