• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিলামত অভিলেখ মূল্যত বিক্ৰী হ’ল টিপু চুলতানৰ তৰোৱাল; কিমান উঠিল দাম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2023 7:46 am
7.2k
VIEWS
Share on FacebookShare on Twitter

১৮ শতিকাৰ মহীশূৰৰ শাসক টিপু চুলতানৰ তৰোৱালখন লণ্ডনৰ বনহামছ নিলাম হাউছত ১কোটি ৪০ লাখ পাউণ্ডত (১৪৩কোটি টকা) বিক্ৰী হৈছে।টিপু চুলতানৰ বিখ্যাত তৰোৱালখন মঙলবাৰে নিলাম হয়। আশা কৰাতকৈ সাতগুণ বেছি দামত বিক্ৰী হয় তৰোৱালখন।

বনহামছ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে তেওঁলোকৰ নিলাম হাউছত বিক্ৰী হোৱা যিকোনো ভাৰতীয় আৰু ইছলামিক ঐতিহ্য সামগ্ৰীৰ এই মূল্য এতিয়ালৈকে সৰ্বাধিক।

লগতে পঢ়ক: বন্দুক নিষিদ্ধ জাপানত আততায়ীৰ গুলীচালনা আৰু ছুৰীকাঘাতৰ ঘটনাত তিনিজন লোক নিহত

বনহামছৰ ইছলামিক এণ্ড ইণ্ডিয়ান গ্ৰুপৰ মুৰব্বী নিমা সাগৰচিয়ে কয় যে, “তৰোৱালখনৰ এক অবিস্মৰণীয় ইতিহাস আছে। তদুপৰি, ইয়াৰ উৎসও আশ্চৰ্যজনক আৰু ই অতুলনীয় কাৰুকাৰ্যখচিত।’

১৭৮২ চনৰ পৰা ১৭৯৯ চনলৈকে ভাৰতীয় উপমহাদেশৰ দক্ষিণ মহীশূৰ ৰাজ্যৰ শাসক আছিল টিপু চুলতান। ৰাজ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁ ইমানেই শক্তি প্ৰদৰ্শন কৰিছিল যে তেওঁ ‘মহীশূৰৰ বাঘ’ উপাধি লাভ কৰিছিল।

১৭৯৯ চনৰ ৪ মে’ত ব্ৰিটিছ বাহিনীয়ে মহীশূৰৰ ৰাজধানী শ্ৰীৰংগপট্টনম আক্ৰমণ কৰি টিপু চুলতানক হত্যা কৰে। টিপু চুলতানক হত্যা কৰাৰ পিছত তেওঁৰ ৰাজপ্ৰসাদ ব্ৰিটিছ সেনাই লুটপাত কৰে।

লগতে পঢ়ক: আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই; কি চাব খুজিছিল পৰিচালকে?

সেইসময়ত ৰাজপ্ৰসাদৰ চোতালত উদ্ধাৰ হৈছিল তৰোৱালখন। ব্ৰিটিছ মেজৰ জেনেৰেল ডেভিদ বেয়াৰ্ডক তেওঁৰ বীৰত্বৰ স্মৃতি স্বৰূপে এই তৰোৱালখন প্ৰদান কৰা হৈছিল।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd