• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই; কি চাব খুজিছিল পৰিচালকে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2023 6:48 pm
প্ৰিয়ংকা চোপ্ৰা।

প্ৰিয়ংকা চোপ্ৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰিয়ংকা চোপ্ৰাক এতিয়া বলীউডত বিশেষ দেখা পোৱা নাযায়। ‘দেশী গাৰ্ল’ হিচাপে পৰিচিত এইগৰাকী অভিনেত্ৰীয়ে পশ্চিমীয়া বিশ্বত যি সফলতা লাভ কৰিছে সেয়া এক কথাত ঈৰ্ষণীয়! মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰি লাইমলাইটলৈ অহাৰ পিছত বলীউডত অভিষেক ঘটিছিল। কিন্তু ৰূপালী পৰ্দাৰ জগতখনত তেওঁৰ যাত্ৰা সহজ নাছিল। এবাৰ এখন ছবিৰ শ্বুটিঙৰ সময়ত এজন পৰিচালকে ‘প্ৰিয়ংকাৰ অন্তৰ্বাস চাব বিচাৰিছিল’। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ সেই তিক্ত অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে।

পৰিচালকগৰাকীৰ আপত্তিজনক আচৰণৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে সেই মুহূৰ্তটো আছিল ‘অমানৱীয়’। প্ৰিয়ংকাই পৰিচালকৰ নাম বা ছবিখনৰ নাম প্ৰকাশ কৰা নাই। অৱশ্যে ২০০২-০৩ চনত এই কাণ্ডৰ সন্মুখীন হোৱা বুলিও তেওঁ কয়। ছবিখনত তেওঁ ‘আণ্ডাৰকাভাৰ এজেণ্ট’ৰ চৰিত্ৰত অভিনয় কৰিছিল।

লগতে পঢ়ক: মহানগৰীৰ খাৰঘূলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত ২ জনৰ মৃত্যু, বিধ্বস্ত ৪০ টাৰো অধিক ঘৰ

Apply Now

‘দ্য জ’ ৰিপ’ৰ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, ‘২০০২-০৩ চনৰ কথা, মই এটা আণ্ডাৰকাভাৰ চৰিত্ৰত অভিনয় কৰি আছিলো আৰু মই এজন মানুহক প্ৰলোভিত কৰিবলৈ লৈছিলো – আণ্ডাৰকাভাৰত থাকিলে সেইটোৱেই কৰিবলগীয়া হয়, ই স্বাভাৱিক। এটা মুহূৰ্তত মোৰ কাপোৰ খুলিব লগা হ’ল।মই  কেইবাটাও পোছাক পিন্ধিব বিচাৰিছিলো। কিন্তু পৰিচালকে ক’লে, মই অন্তৰ্বাস চাব বিচাৰো। নহ’লে কোনোৱে ছবিখন চাবলৈ কিয় আহিব?’

তাৰ পাছত প্ৰিয়ংকাই কয়, ‘তেওঁ কেৱল মোকেই এই কথা কোৱা নাছিল। এই নিৰ্দেশনা তেওঁ মোৰ ষ্টাইলিষ্টক দিছিল। সেই মুহূৰ্তটো আছিল অতি অমানৱীয়। ভাৱ হৈছিল মোৰ শিল্পকলা গুৰুত্বপূৰ্ণ নহয়, মোক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়াহে গুৰুত্বপূৰ্ণ আছিল। মই কি কাম কৰিব পাৰিম সেইটো নহয়।‘ সেই ছবিখনত দুদিন কাম কৰাৰ পিছত প্ৰিয়ংকাই ছবিখন এৰি থৈ আহে।

পিছত পিতৃ অশোক চোপ্ৰাৰ নিৰ্দেশত প্ৰিয়ংকাই সেই দুদিনত তেওঁৰ নামত প্ৰডাকচন কোম্পানীটোৱে খৰচ কৰা সকলো টকা ঘূৰাই দিয়ে। লগতে পাৰিতোষিকৰ আগতীয়াকৈ লোৱা ধন ঘূৰাই দিয়ে। ইয়াৰ পূৰ্বে প্ৰিয়ংকাই তেওঁৰ আত্মজীৱনী ‘আনফিনিছ’ত এই ঘটনাৰ কথা উল্লেখ কৰিছে।

লগতে পঢ়ক: অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী

অভিনেত্ৰীগৰাকীৰ মতে, সেই পৰিচালকৰ চকুৰে কাম কৰি যোৱাটো তেওঁৰ বাবে সম্ভৱ নাছিল। সেই ছবিখন এৰি যোৱাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে আন এখন ছবিৰ চেটত পৰিচালকজনক লগ পাইছিল। পৰিস্থিতি ইমানেই হাতৰ বাহিৰলৈ যাবলৈ ওলাইছিল যে সেই মুহূৰ্তটো চম্ভালিবলৈ ছলমান খানে হস্তক্ষেপ কৰিবলগীয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd