• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’লা ধন নিয়ন্ত্ৰণ : বন্ধ কৰা হৈছে ২০০০টকীয়া নোটৰ প্ৰিন্টিং

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 12:30 pm
new-indian-2000-rs-currency-note_b27c999a-0f7a-11e9-9a6b-91d91ee16f0e-750x375

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইমাহ ধৰি আচৰিতধৰণে এটিএমৰ পৰা ২০০০টকীয়া নোট ওলোৱাটো প্ৰায় নেদেখাই হৈছে। ইয়াৰ কাৰণ এই ২০০০ টকীয়া নোটৰ প্ৰিন্টিং বন্ধ কৰা হৈছে।

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক আৰ টি আইৰ উত্তৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই কথা সদৰী কৰিছে।

আৰ টি আইৰ উত্তৰত কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেডে চলিত বৰ্ষত ২০০০ টকীয়া এখনো নোট প্ৰিন্টিং কৰা নাই।

বিশেষজ্ঞসকলে দাবী কৰে যে উচ্চ মূল্যৰ নোট প্ৰিন্টিং বন্ধ কৰিলে সহজে ধন কঢ়িয়াব পৰাটো প্ৰতিৰোধ হ’ব আৰু ই চৰকাৰৰ ক’লা ধনৰ সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থাক সহায় কৰিব।

লগতে পঢ়ক আৰ বি আইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : এ টি এমৰ পৰা নোহোৱা হব ২০০০ টকীয়া নোট

‘’সম্ভৱত: উচ্চ মূল্যৰ নোটবোৰৰ প্ৰচলন বন্ধ কৰিলে ক’লা ধনৰ ব্যাপক লেনদেন জটিল হৈ পৰিব। কিন্তু এইটো বিমুদ্ৰাকৰণৰ দৰে অতি বাধাগ্ৰস্ত নীতিতকৈ এটা অধিক ভাল নীতি। ইয়াত, আপুনি একো বাধাৰ সৃষ্টি নকৰে, মাথোঁ সাধাৰণভাৱে ইয়াৰ প্ৰচলন বন্ধ কৰি দিব,’’-অৰ্থনীতিবিদ নীতিন দেশাইয়ে কয়।

আৰ বি আইয়ে ২০১৬চনৰ নৱেম্বৰত চৰকাৰে পুৰণি ‘৫০০’ আৰু ‘১০০০’ টকীয়া নোট হঠাতে বন্ধ ঘোষণা কৰাৰ পাছত ২,০০০টকীয়া নোট প্ৰচলন কৰিছিল।

চেন্ট্ৰেল বেংকৰ আৰ টি আই উত্তৰ অনুসৰি, ২০১৬-১৭ বৰ্ষত ৩,৫৪২,৯৯১ মিলিয়ন ২০০০টকীয়া নোট ছপা কৰা হৈছিল।

বিষয়াসকলে কয় যে উচ্চ মূল্যৰ নোটৰ প্ৰচলনে চৰকাৰৰ উদ্দেশ্য বিঘ্নিত কৰিব পাৰে কিয়নো ই চোৰাং কাৰবাৰৰ দৰে অবৈধ উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ সহজ। যোৱা জানুৱাৰিত অন্ধ্ৰ-তামিল নাডু সীমান্তত হিচাপ বহিৰ্ভূত ৬ কোটি টকাৰ ২০০০ টকীয়া নোট জব্দ কৰা হৈছিল।

চলিত বৰ্ষৰ প্ৰথম ভাগত ২০০০টকীয়া নোটৰ প্ৰিন্টিং বন্ধ কৰাৰ বাতৰি প্ৰকাশ পাইছিল, কিন্তু চৰকাৰে সেয়া অস্বীকাৰ কৰিছিল। আনকি শেহতীয়া আৰ বি আইৰ তথ্যত ২০০০ টকীয়া নোটৰ প্ৰচলন ক্ৰমাগতভাৱ হ্ৰাস কৰি অহাৰ কথা প্ৰকাশ পাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd