• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অর্থনৈতিক কৰিড’ৰ গঢ়ি তোলাৰ বাবে আগ্ৰহী  ইউৰোপীয়ান ইউনিয়ন! দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত সংস্থাটোৰ মুৰব্বী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2025 8:30 pm
111
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰামপে  শাসনভাৰ হাতত লৈয়ে ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ বাবে হেঁচা দিয়াৰ দৰে, এইবাৰ ইউৰোপীয়ান ইউনিয়নেও  শুল্ক হ্ৰাস কৰাৰ বাবে প্ত্যক্ষ সতৰ্কবাণী দিয়া নাই যদিও ভাৰতৰ ওপৰত ক্ৰমান্বয়ে শুল্ক হ্ৰাস কৰাৰ হেঁচা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। এনে পৰিস্থিতিতে ইউৰোপীয়ান ইউনিয়নৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেয়েনে দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত হৈছে। দ্বিতীয় দিনা দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়।

মোদীৰ সৈতে হোৱা বৈঠকৰ অন্তত উৰ্চুলাই কয় যে আমি ভাৰত–ইউৰোপীয়ান ইউনিয়নৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব বিচাৰোঁ। ভাৰত ইউৰোপীয়ান ইউনিয়নৰ বাবে এক বিশ্বাসযোগ্য বন্ধু আৰু কৌশলগত অংশীদাৰ বুলি উল্লেখ কৰি ইইউৰ সভাপতিগৰাকীয়ে কয় যে ভাৰত–পশ্চিম এছিয়া–ইউৰোপৰ অৰ্থনৈতিক কৰিডৰ (আই এন ই চি) প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে সামঞ্জস্যপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব। আৰু কৰিডৰটো নিৰ্মাণ হ’লে  বিশ্বৰ বাণিজ্যিক মানচিত্ৰত বৃহৎ পৰিৱৰ্তন আহিব বুলিও তেওঁ দাবী কৰে।

উল্লেখ্য যে  ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত ১০ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ ব্ৰাছেলছত বাণিজ্যিক বৈঠক অনুষ্ঠিত হ’ব। তাৰ আগতে উৰ্চুলাৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে গাড়ী, সুৰাকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিবলৈ দিল্লীৰ ওপৰত হেঁচা বৃদ্ধি কৰা।

ভাৰতেও নিজ চৰ্ত অনুসৰি ইউৰোপীয়ান ইউনিয়্নৰ সদস্য ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি বৃদ্ধিৰ সুযোগ বিচাৰি আছে। শুকুৰবাৰে মোডীক সাক্ষাৎ কৰি উৰ্চুলাই কয় যে চলিত বৰ্ষৰ শেষৰ ফালে দ্বিপাক্ষিক মুক্ত বাণিজ্য চুক্তি (এফ টি এ) স্বাক্ষৰিত হ’ব বুলি মত প্ৰকাশ কৰে। আনহাতে, যৌথ সংবাদমেলত মোদীয়ে কয় যে বিনিয়োগ সুৰক্ষা চুক্তিৰ লগতে ভৌগোলিক বাণিজ্যিক মানচিত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেও দুয়োপক্ষ আলোচনাৰ বাবে আগ্ৰহী।

Recent News

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd