• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰৰ বাবেই নহয়, শৰীৰৰ বাবেও এৰাই চলক বিলাহী: নহ’লে আসন্ন বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 3:45 pm
Tomato price
1.1k
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি দেশৰ বজাৰত জুই লাগিছে বিলাহীৰ। বিলাহীৰ দৰে অতিক্ৰম কৰিছে শতকৰ ঘৰ। অৱশ্যে কেৱল বিলাহী বুলিয়েই নহয়, বজাৰত সকলো পাচলিৰে হৈছে আকাশলংঘী মূল্যবৃদ্ধি। তাৰ মাজতে বিশেষকৈ বিলাহীৰ দৰ বৃদ্ধিক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে।

সাধাৰণতে খাদ্য ৰসিক মানুহৰ বাবে বিলাহী ৰন্ধন-প্ৰকৰণত অত্যন্ত প্ৰয়োজনীয়। তৰকাৰীত বিলাহীয়ে দিয়ে এক অনন্য স্বাদ। মাজ-মঙহৰ পৰা আৰম্ভ কৰি দাইললৈকে হয় বিলাহীৰ ব্যৱহাৰ। বিলাহী নিদিলেই যেন বেয়া হ’ব আঞ্জাৰ সোৱাদ।

পিছে এতিয়া অত্যধিক দামৰ বাবে প্ৰায়সংখ্যক লোকেই ক্ৰয় কৰিবলৈ চিন্তা কৰিছে বিলাহী। দাম বৃদ্ধি পোৱা বুলিয়ে নহয়, পৰাপক্ষত শৰীৰৰ বাবেও বিলাহী এৰাই চলিব পাৰিলে উপকৃত হোৱাৰহে থল আছে। এনে কিছু ৰোগ আছে, যিসমূহ ৰোগৰ বাবে বিলাহী উঠিব পাৰে বিপদজনক।

সেয়ে এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই বিলাহী খোৱাৰ পৰা আঁতৰি থকা উচিত। জানো আহক বিলাহীৰ এনে বিপদজনক দিশসমূহৰ বিষয়ে:

বিলাহী ব্যৱহাৰেৰে তৰকাৰীৰ সোৱাদ যিমানেই ভাল নহওক কিয়, বেছিকৈ বিলাহী খালে গেষ্ট্ৰিকৰ সমস্যা হ’ব পাৰে। যিসকল লোকৰ গেছৰ সমস্যা আছে, তেওঁলোকে পাৰিলে তৰকাৰীত বিলাহী ব্যৱহাৰ কৰিব নালাগে।

সঘনাই এলাৰ্জী তথা ছালৰ ৰোগত আক্ৰান্ত লোকৰ বাবে বিলাহী অতি ক্ষতিকাৰক। বাতবিষৰ সমস্যা থাকিলেও বিলাহী খোৱা উচিত নহয়।

আয়ুৰ্বেদিক বিশেষজ্ঞসকলে মহিলাৰ পিৰিয়ডৰ সময়ত বিলাহী নাখাবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকৰ মতে, বেছিকৈ বিলাহীৰ চচ, সিজোৱা বিলাহী, বিলাহীৰ চুপ খালে ৰক্তক্ষৰণৰ প্ৰৱণতা বৃদ্ধি পায়। আৰু সেয়েহে বিলাহী পৰিহাৰ কৰা উচিত।

বৃক্কৰ সমস্যা থাকিলে বিলাহী অত্যন্ত মাৰাত্মক। বিলাহীত কেলচিয়াম অক্সালেট থাকে, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd