• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ মুঠ ৩,৩৩৮লোকৰ কোভিড-১৯পজিটিভ; আক্ৰান্ত ১৩গৰাকী আৰক্ষীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 6:58 am
Assam-Police-Chirang-1024x512

কোভিড-১৯ত মৃত্যু হোৱা অসম আৰক্ষীৰ সহ পৰিদৰ্শক কামেশ্বৰ লহকৰলৈ চিৰাং আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। ফটো সৌজন্য: চিৰাং আৰক্ষীৰ টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ এতিয়ালৈকে মুঠ ৩,৩৩৮গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। কোভিডত আক্ৰান্ত হৈ এতিয়ালৈকে ১৩গৰাকী আৰক্ষীৰ লোকে প্ৰাণ হেৰুৱাইছে।

এই বাতৰি নিশ্চিত কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি লিখিছে: ‘’২৩আগষ্ট,২০২০- অসম আৰক্ষীৰ ৩,৩৩৮গৰাকী লোকৰ এতিয়ালৈকে কোভিড পজিটিভ পোৱা গৈছে।‘’

সিঙে কয় যে ইয়াৰ পূৰ্বে  কোভিড-১৯ত আক্ৰান্ত ২,৭৯১গৰাকীয়ে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে।

‘’২৭৯১ গৰাকীয়ে আৰোগ্য লাভ কৰিছে। দুৰ্ভাগ্যজনকভাৱে আমি এতিয়ালৈকে ১৩গৰাকী সতীৰ্থক হেৰুৱাইছো,’’-শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয়।

আনহাতে, দেওবাৰে চিৰাং আৰক্ষীয়ে এগৰাকী কৰ’না যোদ্ধা হিচাপে কোভিড-১৯ৰ সৈতে যুঁজত জীৱন হেৰুওৱা বিজনী আৰক্ষী থানাত নিয়োজিত আছাম পুলিছ ৰেডিঅ’ অৰ্গেনাইজেশ্যনৰ সহকাৰী উপ পৰিদৰ্শক (অভিযান) কামেশ্বৰ লহকৰলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।

যোৱা ১৯ আগষ্টত লহকৰৰ মৃত্যু হৈছিল।

August 23rd 2020 – @assampolice 3338 personnel have tested positive till date. 2791 have recovered. Unfortunately, we’ve lost Thirteen colleagues till date. @DGPAssamPolice @nhm_assam @CMOfficeAssam

— GP Singh (@gpsinghips) August 23, 2020

ইপিনে, অসমত দেওবাৰে ১২৭২গৰাকী ব্যক্তিৰ কোভিড১৯ পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৮০ আৰু কাছাৰৰ ১৩৪গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰে।

আনহাতে, আৰু আঠগৰাকী কোভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৪২লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত চিনাক্ত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৯০,৭৪০লৈ বৃদ্ধি পাইছে।

সেইদৰে, অসমত বৰ্তমান সক্ৰিয় কোভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ২২,৮৫৪ গৰাকী।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm
অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm
অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd