• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনীয়াৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ-বিজেপি-এআইয়ুডিএফসহ ৯ জনৰ মনোনয়ন পত্ৰ দাখিল

পুলেন্দ্র দাস by পুলেন্দ্র দাস
October 1, 2019 7:30 am
WhatsApp Image 2019-09-30 at 8.09.03 PM bp

বৰপেটাত সোমবাৰে মনোনয়ন দিবলৈ যোৱা জনীয়া উপ নিৰ্বাচনৰ প্ৰাৰ্থী-সমৰ্থক। ফটো : নৰ্থইষ্ট নাও

7.1k
VIEWS
Share on FacebookShare on Twitter

অহা ২১ অক্টোবৰত অনুষ্ঠিত হব লগা ৪৪ নং জনীয়া বিধান সভাৰ উপ নিৰ্বাচনৰ বাবে সোমবাৰে কেইবাটাও ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

মনোনয়ন পত্ৰ দাখিলৰ বাবে দিনটোত বৰপেটা চহৰত কংগ্ৰেছ, বিজেপিৰ লগতে এ আই য়ু ডি এফৰ প্ৰাৰ্থীৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ সমৰ্থকসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় ৷

প্ৰথমে চি পি আই( এম)ৰ ৰুস্তম আলীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ পাছত কংগ্ৰেছৰ প্ৰাৰ্থী ছামচুল হকে ভালে সংখ্যক সমৰ্থকক লগতলৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷

দিনৰ প্ৰায় ২ বজাত বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানেও সমৰ্থকক লগত লৈ   মনোনয়ন পত্ৰ দাখিল কৰে ৷

আনহাতে, এ আই য়ু ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামেও বহু সংখ্যক সমৰ্থকক লগত লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু পাছত নিৰ্ধাৰিত সমৰ্থকক লগত লৈ প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

ইপিনে, এন পি পিৰ চান্দ মাহমুদ, ডেমক্ৰেটিক পাৰ্টী অফ ইণ্ডিয়াৰ ৰফিকুল ইছলাম, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে আব্দুল জলিল তালুকদাৰ আৰু সুভাষ সুত্ৰধৰেও মনোনয়ন পত্ৰ দাখিল কৰে ৷

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ পূৰ্বে ২৭ ছেপ্টেম্বৰত  আম আদমী পাৰ্টীৰ ফাৰুক খানে মনোনয়ন পত্ৰ দাখিল কৰিছিল ৷

জনীয়াৰ  উপ নিৰ্বাচনৰ বাবে সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷

Recent News

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd