• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবিশ্বাস্য! মাচিৰ্ডিজ বেঞ্জ বাহনৰ খুন্দাত পথৰ মাজতে দুটুকুৰা হৈ পৰিল টেক্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 12:25 pm
Tractor Mercedes accident
167
VIEWS
Share on FacebookShare on Twitter

পথৰ মাজতে যাত্ৰাৰত এখন বিলাসী মাৰ্চিডিজ বেঞ্জ বাহন আৰু এখন টেক্টৰৰ মুখামুখি সংঘৰ্ষ আৰু মাৰ্চিডিজৰ খুন্দাত আশ্চৰ্য্যজনকভাৱে দুটুকুৰা হৈ বাগৰি পৰিছে টেক্টৰখন! শুনিবলৈ আচৰিত যেন লাগিলেও এনে এক ঘটনাই ঘটিছে অন্ধ্ৰপ্ৰদেশত।

ৰাজ্যখনৰ তিৰুপতিৰ ওচৰৰ চন্দ্ৰগিৰি বাইপাছ পথত সংঘটিত এক পথ দুৰ্ঘটনাত এই আশ্বৰ্য্যকৰ ঘটনা দেখিবলৈ পোৱা গৈছে। সোমবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

मर्सीडिज बेंज कार ने ट्रैक्टर के दो टुकड़े किए | Unseen India pic.twitter.com/O4AS094mxP

— UnSeen India (@USIndia_) September 27, 2022


এখন মাৰ্চিডিজ বাহনৰ খুন্দাত টেক্টৰখন দুটুকুৰা হৈ যোৱাত হতবাক হৈ পৰিছে সকলো। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই দৃশ্যৰ ভিডিঅ’টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, বিপৰীত দিশৰ পৰা আহি থকা ট্ৰেক্টৰখনে নিয়ম উলংঘন কৰি ভুল দিশত যাত্ৰা কৰিছিল আৰু সন্মুখৰ ফালৰ পৰা আহি থকা মাৰ্চিডিজ গাড়ীখনক খুন্দা মাৰিছিল। খুন্দা মৰাৰ পাছতে ট্ৰেক্টৰখন দুটা ভাগত বিভক্ত হৈ পৰিছিল।

আনহাতে এনে প্ৰচণ্ড খুন্দাৰ পাছতো মাৰ্চিডিজ বাহনখনৰ কেৱল সন্মুখভাগহে কিছু ক্ষতিগ্ৰস্ত হয়।

অৱশ্যে এই দুৰ্ঘটনাটোত বিশেষ কোনো হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। বাহনখনত থকা সকলো যাত্ৰী সুৰক্ষিত আৰু সুস্থ অৱস্থাত থকাৰ বিপৰীতে ট্ৰেক্টৰৰ চালকজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd