• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! শ্ৰীলংকাত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ৬টাকৈ হাতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 6:14 pm
1k
VIEWS
Share on FacebookShare on Twitter

মধ্য শ্ৰীলংকাৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত যাত্ৰীবাহী ৰে’লে খুন্দা মৰাৰ ফলত ৬টা হাতীৰ মৃত্যু ঘটে। ৰাজধানী কলম্বোৰ পূব দিশৰ হাবাৰানাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, হাতীৰ জাকৰ সৈতে খুন্দা মৰাৰ ফলত ৰে’লখন ৰে’লপথৰ পৰা ওলাই যায় যদিও কোনো যাত্ৰী আহত হোৱা নাই। অৱশ্যে আহত দুটা হাতীৰ চিকিৎসা অব্যাহত আছে।

শ্ৰীলংকাত ৰে’লৰ সৈতে হাতীৰ জাকৰ সংঘৰ্ষ হোৱাটো অস্বাভাৱিক নহয়। হাতী-মানুহৰ সংঘাতত দুয়োপক্ষৰ হতাহতৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক দেশখনত। বিগত বছৰত এনে সংঘৰ্ষত ১৭০ জনতকৈ অধিক লোক আৰু প্ৰায় ৫০০ হাতীৰ মৃত্যু হৈছিল।

বনাঞ্চল ধ্বংস আৰু প্ৰাকৃতিক সম্পদৰ অভাৱৰ বাবে হাতী ক্ৰমান্বয়ে মানুহৰ বসতিস্থলত প্ৰৱেশ কৰিবলৈ ধৰিছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, কেৱল ৰে’লৰ খুন্দাতে প্ৰতি বছৰে ২০টাকৈ হাতীৰ মৃত্যু হয়।

বিশেষজ্ঞসকলে ৰে’ল চালকসকলক লাহে লাহে ৰে’ল চলাবলৈ আৰু ৰে’লপথত হাতী থাকিলে ততাতয়াকৈ হৰ্ণ বজাবলৈ পৰামৰ্শ দিছে।

শ্ৰীলংকাত প্ৰায় সাত হাজাৰ বনৰীয়া হাতী আছে বুলি অনুমান কৰা হৈছে। বৌদ্ধ সংখ্যাগৰিষ্ঠ দেশখনত হাতী হত্যা কৰাটো অপৰাধ। ইয়াৰ বাবে শাস্তি হৈছে কাৰাদণ্ড বা জৰিমনা বিহা।

Recent News

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd