• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬১ গৰাকী “বাংলাদেশী”ক লৈ উপস্থিত ৰে’ল, ক’লকাতাত প্ৰতিবাদ

বেংগালুৰুত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যোৱা মাহত চলা এক বিশেষ অভিযানত এওঁলোকক আটক কৰা হৈছিল।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2019 6:30 pm
bangladeshis-pic-new

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুত আটক কৰা ৬১ গৰাকী “বাংলাদেশী”ক লৈ এখন ৰে’ল ক’লকাতাত শনিবাৰে উপস্থিত হৈছে।

ক’লকাতাৰ স্থানীয় সমাজ কৰ্মীয়ে হাওৰা ষ্টে’চনত ঘটনাটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ইয়াক “অবৈধ, অমানৱীয় বিতাড়ন” বুলি অভিহিত কৰিছে।

“আমি এই ঘটনা ঘটিবলৈ নিদিওঁ,” যিকোনো সম্ভাৱ্য বিতাড়ন বন্ধ কৰোৱাবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই এজন এক্টিভিষ্টে কয়।

মূলতঃ দিন হাজিৰা কৰা শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল এই “বাংলাদেশীসকল”ক চুবুৰীয়া দেশখনলৈ বিতাড়ন কৰা হ’ব নে ডিটেনচন কেম্পত বন্দী কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

কিন্তু এটা সূত্ৰমতে, “বাংলাদেশীসকল”ক পেত্ৰাপ’ল-বেনাপ’ল সীমাৰ ফালে লৈ যোৱা হৈছে।

বিষয়টোক লৈ ৰাজ্যিক আৰক্ষী আৰু বি এছ এফ উভয়ে মুখ খোলা নাই।

বেংগালুৰুত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যোৱা মাহত চলা এক বিশেষ অভিযানত এই “বাংলাদেশীসকল”ক আটক কৰা হৈছিল।

দুয়ো দেশৰ মাজৰ প্ৰথমখন পিংক বল টেষ্ট ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰদৰ্শন কৰা বিৰাট বন্ধুত্বৰ নিদৰ্শনৰ এদিন পিছতে এই “বাংলাদেশীসকল”ক ক’লকাতালৈ অনা হৈছে, দেখ দেখ অৰ্থত বিতাড়নৰ বাবে।

তাৎপৰ্য্যপূৰ্ণভাৱে, নিমন্ত্ৰণ সত্ত্বেও প্ৰধান মন্ত্ৰী মোদী বা গৃহ মন্ত্ৰী অমিত শ্বাহ কোনো এগৰাকীয়ে অনুষ্ঠানটোলৈ অহা নাছিল।

“বাংলাদেশীসকল” খুব দুঃশ্চিন্তাত আছে, আৰু তেওঁলোকক বাংলাদেশলৈ বিতাড়ন কৰা হ’বনে বন্দী কৰা হ’ব জনাবলৈ আৰক্ষীৰ লোকসকলক বাৰে বাৰে খাটনি জুৰি আছে।

আৰক্ষীয়ে কোনো উত্তৰ দিয়া নাই।

বাংলাদেশ উপ উচ্চায়ুক্তৰ এগৰাকী মুখপাত্ৰই নৰ্থইষ্ট নাওক জনোৱামতে, এই “বাংলাদেশীসকল” সন্দৰ্ভত তেওঁলোকক ভাৰতীয় পক্ষই একো জনোৱা নাই।

তেওঁকয় ভাৰতীয় কৰ্তৃপক্ষসমূহে হয়তো বিতাড়ন সন্দৰ্ভত বি জি বি (Border Guards Bangladesh)ৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 12, 2025 10:50 am
ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

September 12, 2025 10:39 am
ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

September 12, 2025 10:36 am
ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

September 12, 2025 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 12, 2025 10:50 am
ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

September 12, 2025 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd