• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুস্থ হৈ উঠা ৰোগীক মাৰিলে ভুল গ্ৰুপৰ তেজ দি : তদন্ত কমিটী গঠন অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2018 6:00 pm
WrongBlood
437
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এটা মাৰাত্মক ভুলৰ কথা আজি পোহৰলৈ আহিছে। ভৰিৰ অপাৰেইশ্যন কৰা এজন ৰোগী ক্ৰমে সুস্থ হৈ উঠাৰ সময়তে তেওঁক ভুল গ্ৰুপৰ তেজ দি মৃত্যুৰ মুখলৈ ঠেলি দিলে দায়িত্বত থকা স্বাস্থ্যকৰ্মীয়ে।

জানিব পৰামতে, ভুল অ’ পজিটিভ তেজৰ সিদ্ধেশ্বৰ মৰাণ নামৰ ৰোগীজনক ভুলক্ৰমে বি পজিটিভ তেজ দিয়াত তেওঁৰ কিছু সময়ৰ পিছতে মৃত্যু হয়। সিদ্ধেশ্বৰ মৰামৰ পৰিয়ালে জনোৱামতে, সফল অপাৰেইশ্যনৰ পিছত সিদ্ধেশ্বৰ মৰাণ সুস্থ হৈ উঠিছিল।

কিন্তু ১১ অক্তোবৰত ৰাতি তেওঁক তেজ দিওঁতে চিকিৎসালয়ৰ কৰ্তব্যৰত কৰ্মচাৰীয়ে ভুলতে অন্য এটা গ্ৰুপৰ তেজৰ পেকেটহে তেওঁৰ শৰীৰত সংযোগ কৰে। কিন্তু ভালেমানখিনি তেজ শৰীৰত প্ৰৱেশ কৰাৰ পিছত এজনৰ চকুত পৰে কথাটো। আৰু তাৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষক জনোৱাত হুৱা-দুৱা লাগে। চিকিৎসক-নাৰ্ছে খৰধৰকৈ সিদ্ধেশ্বৰ মৰাণক প্ৰথমে অপাৰেইশ্যন গৃহলৈ আৰু তাৰ পিছত আই চি য়ুলৈ নিয়ে যদিও তেওঁ নাবাচিল।

ইফালে এই ঘটনাৰ তদন্ত দিয়া বুলি সংবাদ মাধ্যমৰ আগত অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু হস্পিটেলৰ অধীক্ষক ডাঃ ইন্দ্ৰ চুতীয়াই ঘটনাৰ তদন্ত দিয়া বুলি জানিবলৈ দিয়ে। অধীক্ষকৰ মতে ২৪ ঘণ্টাৰ ভিতৰত ইয়াৰ তদন্ত সম্পূৰ্ণ হ’ব আৰু দোষীক নিয়মৰ মতে শাস্তি দিয়া হ’ব। উল্লেখযোগ্য যে দুৰ্ঘটনাটোৰ পিছত সিদ্ধেশ্বৰ মৰাণৰ পৰিয়ালে ইয়াৰ তদন্ত দাবী জনাইছিল।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd