• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণেশগুৰিত নিৰ্মীয়মাণ অ’ভাৰব্ৰীজৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰী-জালুকবাৰী চিটিবাছৰ পথ সলনি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 18, 2019 1:06 pm
37.3k
VIEWS
Share on FacebookShare on Twitter

গণেশগুৰিত এখন অ’ভাৰব্ৰীজ নিৰ্মাণ হৈ থকা বাবে যানজঁট হ্ৰাস কৰিবলৈ পৰিবহণ বিভাগে এই পথেৰে যোৱা কিছু সংখ্যক বাছৰ পথ সলনি কৰিছে।

এই সালসলনিবোৰ অহা ১৯ ছেপ্টেম্বৰৰ পৰাই কাৰ্য্যকৰী হ’ব।

09-10-18 Guwahati- City Bus . Pix BY UB Photos
প্ৰতিনিধিত্বমূলক ছবি।

নতুন পথনিৰ্দেশনা মতে, পূৰ্বে পাঞ্জাবাৰীৰ পৰা ছয়মাইল-দিচপুৰ-গণেশগুৰি হৈ আৰ জি বৰুৱা পথেৰে চানমাৰিত ওলাই জালুকবাৰীলৈ যোৱা চিটিবাছ সমূহ এতিয়া পাঞ্জাবাৰীৰ পৰা ছয়মাইল-ভি আই পি ৰ’ড-নাৰেংগী-নুনমাটি হৈ জালুকবাৰীলৈ যাব।

কিন্তু ঘূৰি আহোঁতে অৱশ্যে জালুকবাৰীৰ পৰা পূৰ্বৰ পথেৰেই পাঞ্জাবাৰীলৈ আহিব পাৰিব চিটি বাছসমূহ, জনালে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া বাপন কলিতাই।

পাঞ্জাবাৰীৰ পৰা গণেশগুৰি-চানমাৰি আৰ জি বৰুৱা পথেৰে জালুকবাৰীলৈ নিতৌ প্ৰায় ১০০খন বাছ চলাচল কৰে।

Recent News

বন্দুক নহয়-জাতীয় অধিকাৰ লাগে

বন্দুক নহয়-জাতীয় অধিকাৰ লাগে

World Lung Cancer Day: সোনকালে ধৰা পৰিলে সুস্থ হোৱা সম্ভৱ, কি কি লক্ষণ দেখি সতৰ্ক হ’ব?

World Lung Cancer Day: সোনকালে ধৰা পৰিলে সুস্থ হোৱা সম্ভৱ, কি কি লক্ষণ দেখি সতৰ্ক হ’ব?

টিউচনলৈ গৈ উভতি নাহিল! অপহৰণ কৰি নি জ্ব*লাই দিলে ১৩ বছৰীয়া ছাত্ৰক; গ্ৰেপ্তাৰ দুই অভিযুক্ত

টিউচনলৈ গৈ উভতি নাহিল! অপহৰণ কৰি নি জ্ব*লাই দিলে ১৩ বছৰীয়া ছাত্ৰক; গ্ৰেপ্তাৰ দুই অভিযুক্ত

জৰুৰী অৱস্থা প্ৰত্যাহাৰ! ডিচেম্বৰৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি ম্যানমাৰত গঠন অন্তৱৰ্তীকালীন চৰকাৰ

জৰুৰী অৱস্থা প্ৰত্যাহাৰ! ডিচেম্বৰৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি ম্যানমাৰত গঠন অন্তৱৰ্তীকালীন চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd