• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল কাঠমাণ্ডু; ৪জন নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2019 11:07 am
ফটোৰ উৎস : বি বি চি নিউজ

ফটোৰ উৎস : বি বি চি নিউজ

1.5k
VIEWS
Share on FacebookShare on Twitter

তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণে দেওবাৰে কঁপাই গ’ল নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডু। বিস্ফোৰণত ৪জনকৈ লোকে প্ৰাণ হেৰোৱাৰ লগতে আন ৭জন গুৰুতৰভাৱে আহত হয়।

কাঠমাণ্ডুৰ ঘাট্টেকুল’, ছুকেধাৰা আৰু থানকোত এলাকত উক্ত বিস্ফোৰণ কেইটা সংঘটিত হয়।

express.co.ukত প্ৰকাশিত বাতৰি মতে কোনো সংগঠনে এতিয়ালৈকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীয়ে মাওবাদী বিদ্ৰোহী গোটৰ পৰা আঁতৰি অহা এটা দল ইয়াৰ আঁৰত জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। বাতৰিটোৰ মতে ‘গোটটোৱে নেপাল চৰকাৰে তেওঁলোকৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি আহিছে।’

শ্যাম লাল গ্যাৱালি নামৰ এজন আৰক্ষী বিষয়াৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হয়, ‘প্ৰথমটো বিস্ফোৰণৰ স্থলীত গোটটোৰ এখন প্ৰচাৰ পত্ৰ উদ্ধাৰ কৰা হৈছে।‘

উল্লেখযোগ্য যে ধাৰাবাহিৰ বিস্ফোৰণ লানীৰ ঘাট্টেকুল’ত সংঘটিত প্ৰথমটো বিস্ফোৰণত ১জন লোকে প্ৰাণ হেৰোৱাৰ বিপৰীতে ছুকেধাৰাৰ বিস্ফোৰণত ৩ জন লোক নিহত হয়।

Recent News

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd