• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ সভাত সতীৰ্থ মহিলাক বিজেপিৰ মন্ত্ৰীয়ে আপত্তিকৰভাৱে স্পৰ্শ কৰা ভিডিঅ’ৰ প্ৰতিক্ৰিয়া অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2019 4:30 pm
Tripura-sports-minister-Manoj-Kanti-Deb-1140x570

ত্ৰিপুৰাৰ ক্ৰীড়া মন্ত্ৰী: ফটো সৌজন্য: নৰ্থ-ইষ্ট নাও

2.5k
VIEWS
Share on FacebookShare on Twitter

৯ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাত কেইবাটাও প্ৰকল্প উদ্বোধনৰ এটা কাৰ্য্যসূচীৰ সময়ত বিজেপিৰ মহিলা মন্ত্ৰী এগৰাকীক সতীৰ্থ মন্ত্ৰী এজনে আপত্তিকৰভাৱে স্পৰ্শ কৰা ভিডিঅ’ ক্লিপটোক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া।

ঘটনাটোত বিব্ৰত হোৱা ত্ৰিপুৰা ৰাজ্যিক বিজেপিয়ে ভিডিঅ’টোৰ বিষয়বস্তু ‘সম্পাদিত’ বুলি দাবী কৰিছে। বিৰোধীয়ে দলটোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবৰ বাবেই ভিডিঅ’টো সম্পাদিত ৰূপত প্ৰচাৰ কৰিছে, এই দাবী ত্ৰিপুৰা বিজেপিৰ।

“ইমান মানুহৰ মাজত কেনেকৈ এইটো সম্ভৱ?” ঘটনাটোৰ লগত জড়িত ক্ৰীড়া মন্ত্ৰী মনোজকান্তি দেবৰ উদ্ধৃতিৰে এইদৰে কয় ত্ৰিপুৰা বিজেপিয়ে।

আনহাতে, ত্ৰিপুৰা বিজেপিৰ মিডিয়া গোটৰ প্ৰভাৰী ভিক্তৰ সোমে কয় যে কোনোবাই যদি অসম্পাদিত ভিডিঅ’টো চাই তেতিয়াই সকলো কথা বুজিব পাৰিব।

উল্লেখযোগ্য যে ভাইৰেল হোৱা ভিডিঅ’টোত কাৰ্য্যসূচীটোৰ সময়ত খেল মন্ত্ৰী মনোজকান্তি দেবে তেওঁৰ সন্মুখত থিয় দি থকা সমাজ কল্যাণ মন্ত্ৰী সান্ত্বনা চাকমাক আপত্তিকৰভাৱে স্পৰ্শ কৰা দেখা যায়, য’ত সান্ত্বনা চাকমাই মনোজকান্তি দেবৰ হাতখন এছাৰ মাৰি আঁতৰাই দিয়ে।

বিজেপিৰ মন্ত্ৰী এজনৰ ৰাজহুৱা অনুষ্ঠানত এনে অশোভনীয় আচৰণত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বন

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বন

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd