• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| গুৱাহাটীৰ কয়লা ডিপ’ত ভৰিত শিকলি বান্ধি ওৰে ৰাতি প্ৰহাৰ অসমীয়া ট্ৰাক চালকক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 22, 2019 3:14 pm
979
VIEWS
Share on FacebookShare on Twitter

কয়লা ব্যৱসায়ত ছিন্দিকে’টৰ নৈমিত্তিক অভিযোগৰ মাজতে ৰাজধানী গুৱাহাটীৰ মাজমজিয়াতে ঘটিছে অসমৰ এজন ত্ৰাক চালকক ওৰে ৰাতি ভৰিত শিকলি বান্ধি প্ৰহাৰৰ এক ভয়ংকৰ ঘটনা।

অভিযোগমতে তপন বৰা নামৰ ত্ৰাক চালকজনক জনৈক ৰমেশ ৰায়ৰ কয়লা ডিপ’ত ৰায় আৰু অশোক নাথ নামৰ দুজন কয়লা ব্যৱসায়ীয়ে লগত ১০জন ভেৰণীয়া গুণ্ডা লৈ বুধবাৰে ওৰে ৰাতি প্ৰহাৰ কৰিছে।

আনকি বৃহস্পতিবাৰে পুৱা সাংবাদিক গৈ উপস্থিত হোৱাৰ পিছতহে আৰক্ষীয়ে যুৱকজনৰ ভৰিৰ পৰা শিকলি খুলি মুক্ত কৰে। ত্ৰাকচালকজনক ইমানেই বেয়াকৈ মাৰপিট কৰা হৈছিল যে ধৰি উঠাই দিয়াৰ পিছতো তেওঁ ঠিয় হৈ থাকিব পৰা অৱস্থাত নাছিল।

উদ্ধাৰ কৰাৰ লগে লগে আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পুৱা ঘটনাৰ খবৰ পাই আৰক্ষী আৰু সাংবাদিকৰ দল ডিপ’টোত উপস্থিত হোৱাৰ লগে লগেই ঘটনাথলীৰ পৰা অভিযুক্ত আটাইকেইজন লোক পলাই যায় বুলি “ভুক্তভোগী” বৰাই জানিবলৈ দিছে।

“আমি তদন্ত আৰম্ভ কৰিছো। ডিপ’টো ৰমেশ ৰাইৰ বুলি জানিব পাৰিছো। তদন্তৰ পিছতহে সবিশেষ পোহৰলৈ আহিব,” ঘটনাথলীত উপস্থিত আৰক্ষী বিষয়াই জনায়। জানিব পৰা মতে পূৰ্বেও অশোক নাথ আৰু ৰমেশ ৰায় গাড়ী নাম্বাৰ প্লে’ট সলনি আৰু গাড়ী চুৰি কৰি জে’ললৈ গৈছিল।

লিডুৰ খাৰছাঙৰ পৰা কয়লা ভৰ্তি ট্ৰাকখন চলাই আনিছিল যুৱকজনে।

Recent News

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd