• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কি আপদ! ‘জেলেনস্কি প্রতিবাৰে ৱাশ্বিংটনলৈ আহে আৰু ১০০ বিলিয়ন ডলাৰ লৈ ওলাই যায়,’-ট্ৰাম্প…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 6:25 pm
233
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক ‘বিশ্বৰ শ্ৰেষ্ঠ বিক্ৰেতা’ (World greatest salesman) বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “মই ভাবো জেলেনস্কি বিশ্বৰ আটাইতকৈ ডাঙৰ বিক্ৰেতা, মোতকৈ বহুত ভাল।”

কিয় এই কথা ক’লে ট্ৰাম্পে?

ট্ৰাম্পে কয় যে জেলেনস্কি ৱাশ্বিংটনলৈ আহে, আৰু প্ৰতিবাৰেই তেওঁ ১০০ বিলিয়ন ডলাৰ লৈ যায়। শুকুৰবাৰে সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত এংকৰগৰাকীৰ প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইউক্ৰেইনলৈ কোটি কোটি ডলাৰৰ সাহায্য “অপচয়” হোৱাৰ বাবে তেওঁ চিন্তিত।

শান্তিৰ পথত বাধা?

এংকৰজনে ট্ৰাম্পক প্ৰশ্ন কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কো আৰু কিয়েভৰ মাজত শান্তিৰ বাধা বুলি ভাবে নেকি? কিন্তু এই বিষয়ে কোৱাৰ পৰিৱৰ্তে ট্ৰাম্পে ইউক্ৰেইনৰ নেতা ভ্লাদিমিৰ জেলেনস্কিক সমালোচনা কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়, “জেলেনস্কিৰ সৈতে মোৰ বহুত বেয়া সময় পাৰ হৈছে কিয়নো তেওঁ কোৱা কথাবোৰ মোৰ পছন্দ হোৱা নাছিল।”

জো বাইডেনৰ কিয়েভলৈ প্ৰেৰণ কৰা সাহায্য

ট্ৰাম্পে তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনে কিয়েভলৈ প্ৰেৰণ কৰা সাহায্যক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, ” দেখি মোৰ ঘৃণা হৈছিল, মোৰ খং উঠিছিল।”

৬০ বিলিয়ন ডলাৰৰ চেকখন দেখি মোৰ খং উঠিছিল। কংগ্ৰেছে কয়, এই টকা ক’লৈ গৈ আছে? অৱশ্যে ট্ৰাম্পে পূৰ্বে জেলেনস্কি আৰু পুটিন দুয়োকে সমালোচনা কৰিছিল। কিন্তু ৰাছিয়াৰ সৈতে চলি থকা সংঘাতৰ বাবে তেওঁ ইউক্ৰেইন আৰু বাইডেন প্ৰশাসনক বহুলাংশে দোষাৰোপ কৰে।

প্ৰসংগক্ৰমে ক’বলৈ গ’লে ২০২২ চনৰ পৰা আমেৰিকাই ইউক্ৰেইনক প্ৰায় ১২৮ বিলিয়ন ডলাৰ দিছে, য’ত ৬৬.৫ বিলিয়ন ডলাৰ সামৰিক সাহায্যও আছে।

Recent News

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd