• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰডুমছাত চি আৰ পি এফ জোৱানৰ হত্যাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 5:45 pm
CRPF constable murder
1.4k
VIEWS
Share on FacebookShare on Twitter

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰডুমছা চেক গেটৰ সমীপত বুধবাৰে এগৰাকী চি আৰ পি এফ জোৱানৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আজি দুগৰাকী লোকক আটক কৰা হৈছে।

নামছাই আৰু চালাং আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই এই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত দুই অভিযুক্তক চাংলাংৰ চাও নেউতা মিন আৰু চাও আৰভি খেন বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্ত চেকগেটৰ কাষৰীয়া বৰডুমছাত এগৰাকী চি আৰ পি এফ জোৱানক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল।

বাইক আৰোহী দুই অচিনাক্ত ব্যক্তিয়ে তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। নিহত জোৱানগৰাকীক সুনীল কুমাৰ পাণ্ডে বুলি চিনাক্ত কৰা হৈছিল।

হত্যাকাণ্ডৰ সময়ত জোৱানগৰাকী চিভিল ড্ৰেছত আছিল আৰু কেইগৰাকীমান সহকৰ্মীৰ সৈতে বজাৰ কৰাৰ উদ্দেশ্যে ওলাই গৈছিল। সেইসময়তে অচিনাক্ত বাইক আৰোহীকেইগৰাকীয়ে তেওঁক আক্ৰমণ কৰিছিল।

তিনিচুকীয়াৰ মাধাপুৰ বজাৰৰ সমীপত জোৱানগৰাকীক আক্ৰমণ কৰাৰ পিছতে দুই বাইক আৰোহী লগে লগে অৰুণাচলৰ দিশত পলায়ন কৰিছিল।

Recent News

বৈভৱৰ এটা ৰানৰ মূল্য ৬৫,২৭৭ হাজাৰ টকা; IPLত কিমান টকা উপাৰ্জন কৰিলে ১৪ বছৰীয়া সূৰ্য্যবংশীয়ে?

বৈভৱৰ এটা ৰানৰ মূল্য ৬৫,২৭৭ হাজাৰ টকা; IPLত কিমান টকা উপাৰ্জন কৰিলে ১৪ বছৰীয়া সূৰ্য্যবংশীয়ে?

ভাৰতত নিষিদ্ধ বাংলাদেশৰ খাদ্য কোম্পানী ‘প্ৰাণ’, অনিশ্চয়তাত অৰ্থনৈতিক ভৱিষ্যত!

ভাৰতত নিষিদ্ধ বাংলাদেশৰ খাদ্য কোম্পানী ‘প্ৰাণ’, অনিশ্চয়তাত অৰ্থনৈতিক ভৱিষ্যত!

চীনৰ মধ্যস্থতাত তালিবানৰ সৈতে পুনৰ মিলিন সন্ত্ৰাসবাদ সমৰ্থনকাৰী দেশঃ আফগানিস্তানলৈ চিপিইচি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি

চীনৰ মধ্যস্থতাত তালিবানৰ সৈতে পুনৰ মিলিন সন্ত্ৰাসবাদ সমৰ্থনকাৰী দেশঃ আফগানিস্তানলৈ চিপিইচি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি

আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ নিযুক্তিৰ নিয়মাৱলীৰ বিৰুদ্ধে সৰৱ সদৌ অসম গৱেষক ছাত্ৰ সমাজ

আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ নিযুক্তিৰ নিয়মাৱলীৰ বিৰুদ্ধে সৰৱ সদৌ অসম গৱেষক ছাত্ৰ সমাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd