• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঝাৰখণ্ডৰ জংঘলত মাওবাদী-নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা : ছহিদ ২ সেনা জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 2:30 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডত অব্যাহত আছে মাওবাদী আৰু সেনা আৰক্ষীৰ সংঘৰ্ষ। সময়ছোৱাত সেনা-আৰক্ষীৰ গুলীত ভালেমান মাওবাদীয়ে প্ৰাণ হেৰুওৱাৰ লগতে সেনা-জোৱানো ছহিদ হৈছে। এইবাৰ ঝাৰখণ্ডৰ পালমৌ জিলাত মাওবাদীৰ সৈতে হোৱা বন্দুকৰ যুঁজত ছহিদ হ’ল দুজন নিৰাপত্তা বাহিনীৰ জোৱান। নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত আহত হয় আন এজন জোৱান। উদ্ধাৰ কৰি তেওঁক পালমৌ মেদনীৰাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বুধবাৰে পালামৌৰ মানাটু থানা এলেকাৰ কেডাল গাঁৱৰ জংঘলত মাওবাদীৰ গতিবিধিৰ খবৰ লাভ কৰে আৰক্ষীয়ে। ইয়াৰ পিছত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া বাহিনীয়ে তাত অভিযান চলায়।

পালমৌৰ ডি আই জি নৌছাদ আলমে জনোৱা মতে, পুৱা ১২:৩০ বজাৰ পৰা আৰম্ভ হৈছে অভিযান। জংঘলত মাওবাদীৰ সৈতে হোৱা বন্দুকৰ যুঁজৰ সময়ত গুলীৰ আঘাতত দুজন জোৱানৰ মৃত্যু হয়। সংকটজনক অৱস্থাত থকা আন এজন জোৱানক উদ্ধাৰ কৰি পালামৌৰৰ মেদনীৰাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মন কৰিবলগীয়া যে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদৰ পৰা মুক্ত কৰাৰ বাৰ্তা দিছে। তেতিয়াৰ পৰা মাওবাদী বিৰোধী অভিযানে চত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, আৰু ঝাৰখণ্ড আদি ৰাজ্যত গতি লাভ কৰিছে।

চোৰাংচোৱা তথ্য অনুসৰি ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। দেশৰ বাকী অংশতো নিৰাপত্তা বাহিনীয়ে অবিৰত অভিযান চলাই আছে। সেই অভিযানৰ বাবে মাওবাদীয়ে এতিয়া সাধাৰণ গাঁওবাসীক লক্ষ্য কৰি লোৱা আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জালিয়াতিৰে বীমাৰ ধন আত্মসাৎ আৰু বিকৃত যৌন ইচ্ছাৰ বাবে নিজৰ ভৰি কাটি গ্ৰেপ্তাৰ ব্ৰিটিছ চিকিৎসক

জালিয়াতিৰে বীমাৰ ধন আত্মসাৎ আৰু বিকৃত যৌন ইচ্ছাৰ বাবে নিজৰ ভৰি কাটি গ্ৰেপ্তাৰ ব্ৰিটিছ চিকিৎসক

September 6, 2025 3:51 pm
নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ‍্য লাগে সিয়ে হ’ল স্বাধীনতা!

নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ‍্য লাগে সিয়ে হ’ল স্বাধীনতা!

September 6, 2025 3:26 pm
অঘটন! দিল্লীৰ লালকিল্লা কমপ্লেক্সত চলি থকা ধৰ্মীয় উৎসৱৰ পৰা চুৰি হ’ল কোটি টকাৰ এটা সোণৰ পাত্ৰ

অঘটন! দিল্লীৰ লালকিল্লা কমপ্লেক্সত চলি থকা ধৰ্মীয় উৎসৱৰ পৰা চুৰি হ’ল কোটি টকাৰ এটা সোণৰ পাত্ৰ

September 6, 2025 3:14 pm
হায়দৰাবাদত ১০ কেজি ওজনৰ গণেশৰ লাড়ুৰ অভিলেখঃ ২.৩২ কোটি টকাত নিলাম

হায়দৰাবাদত ১০ কেজি ওজনৰ গণেশৰ লাড়ুৰ অভিলেখঃ ২.৩২ কোটি টকাত নিলাম

September 6, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জালিয়াতিৰে বীমাৰ ধন আত্মসাৎ আৰু বিকৃত যৌন ইচ্ছাৰ বাবে নিজৰ ভৰি কাটি গ্ৰেপ্তাৰ ব্ৰিটিছ চিকিৎসক

জালিয়াতিৰে বীমাৰ ধন আত্মসাৎ আৰু বিকৃত যৌন ইচ্ছাৰ বাবে নিজৰ ভৰি কাটি গ্ৰেপ্তাৰ ব্ৰিটিছ চিকিৎসক

September 6, 2025 3:51 pm
নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ‍্য লাগে সিয়ে হ’ল স্বাধীনতা!

নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ‍্য লাগে সিয়ে হ’ল স্বাধীনতা!

September 6, 2025 3:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd