• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত ধৃত চোৰাং সোণ সৰবৰাহকাৰী বাংলাদেশী নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2019 6:33 pm
Gold-Bar

ত্ৰিপুৰাত জব্দ হোৱা সোণৰ বিস্কুট

273
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ত্ৰিপুৰাত সোণৰ চোৰাং সৰবৰাহৰ লগত জড়িত দুজন বাংলাদেশী নাগৰিকক হাতে লোতে ধৰা পেলায় কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দলে। অপৰাধী ব্যক্তি দুজনে প্ৰায় ১৬ লাখ টকা মূল্যৰ চোৰাং সোণ কঢ়িয়াই আনিছিল।

এজন বিষয়াই উল্লেখ কৰা মতে সোমবাৰে নিশা বাংলাদেশৰ পৰা অহা আব্দুল ৰতিফ(৫৫) আৰু মিজানুৰ ৰহমান (৪৮) নামৰ দুজন ব্যক্তিয়ে বহু পৰিমানৰ সোণেৰে সৈতে ত্রিপুৰা বিমানবন্দৰৰ পৰা এখন ব্যক্তিগত বিমানযোগে ক’লকাতালৈ যাবলৈ চেষ্টা কৰোতে ধৰা পৰে।

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে অতি তৎপৰতাৰে বিমান বন্দৰত ব্যক্তি দুজনৰ পৰা ১০০ গ্ৰাম ওজনৰ পাঁচখন সোণৰ বিস্কুট জব্দ কৰে।

উল্লেখযোগ্য যে, বৰ্তমানলৈ আৰক্ষীয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰা নাই যদিও দুয়োজনক আৰক্ষীৰ জিম্মাত ৰাখিছে। বিভিন্ন দিশসমূহ চালি-জাৰি চাই পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব বুলি এজন আৰক্ষী বিষয়াই সদৰী কৰে। বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ ক’লকতালৈ অবৈধভাবে বেহা-বেপাৰ চলোৱাৰ বাবে এক সুগম পথ হিচাপে বাংলাদেশী সৰবৰাহকাৰী সকলে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে।

Recent News

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd