• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বনৰীয়া ম’হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুই শিশু; বন বিভাগে গুলি ফুটাই প্ৰেৰণ কৰিলে বনাঞ্চললৈ

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
February 11, 2022 7:59 am
Buffalo attack.png biswanath

ফটো: নৰ্থইষ্ট নাও।

1.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ ২ নং ভোলাকতাত বৃহস্পতিবাৰে বনৰীয়া মহ’ৰ আক্ৰমণত দুজন ১২ বছৰীয়া শিশু  আহত হয়। তাৰে ছাবেদ আলি নামৰ শিশুটিৰ অবস্থা অধিক গুৰুতৰ হোৱাৰ বাবে শিশুটিক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয়।

আনটো শিশু বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে বিশ্বনাথৰ পূব ভীৰ গাওঁৰ ১ নং জাপৰিজানত সৰিয়হ খেতিত সোমাই আছিল বনৰীয়া ম’হটো। কিন্তু বন বিভাগৰ লোকে সেই স্থানৰ পৰা বনৰীয়া ম’হটো খেদি পঠিওয়াতে ম’হটো উপস্থিত হয় ২ নং ভোলাকটাত।

লগতে পঢ়ক: অসমতো মুন্নাভাই এমবিবিএছ! ’নীট’ ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ‘ভুৱা’; স্থানীয় লোকৰ তদন্ত দাবী

তেনে সময়তে দুটি শিশুয়ে নিজৰ ছাগলী এৰাল দিবলৈ গৈছিল ২ নং ভোলাকটাত। সেই সময়তে বনৰীয় ম’হটোয়ে আক্ৰমণ কৰে উক্ত দুই শিশুক।

বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বনৰীয়া ম’হটোক সেই স্থানৰ পৰা ট্ৰেক্টৰ ব্যৱহাৰ কৰি কেইবা জাই গুলি ফুটাই মহটোক বনাঞ্চললৈ খেদি পঠিয়ায় ।

Recent News

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd