• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালতো বিজেপিৰ চৰকাৰ! বিপ্লৱ দেৱৰ মন্তব্যক লৈ নেপাল চৰকাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 10:38 am
241
VIEWS
Share on FacebookShare on Twitter

নেপাল চৰকাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ এটা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিপ্লৱ দেৱে শনিবাৰে আগৰতলাৰ এখন দলীয় সভাত কৈছিল যে অমিত শ্বাহে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নেপাল আৰু শ্ৰীলংকাতো প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰিছে।

নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালীয়ে মঙলবাৰে কয় যে চৰকাৰে বিপ্লৱ দেৱৰ বক্তব্যটো গভীৰভীৱে লৈছে আৰু নেপালৰ ৰাষ্ট্ৰদূতে ভাৰত চৰকাৰলৈ প্ৰতিক্ৰিয়া প্ৰেৰণ কৰিছে।

নেপালৰ শাসনাধিষ্ট কমিউনিষ্ট পাৰ্টি আৰু বিৰোধী দল নেপালী কংগ্ৰেছে বিপ্লৱ দেৱৰ এই মন্তব্যই নেপালৰ সাৰ্বভৌমত্বক আঘাত কৰা বুলি অভিহিত কৰিছে।

বিপ্লৱ দেৱৰ বক্তব্যক সমৰ্থন কৰি ত্ৰিপুৰা বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় যে দেৱে বিজেপিৰ আদৰ্শগত লক্ষ্যৰ কথা কৈছিল।

মুখপাত্ৰজনে কয় যে যদি নেপালত কমিউনিষ্ট পাৰ্টি আৰু নেপালী কংগ্ৰেছ থাকিব পাৰে, তেন্তে ভাৰতীয় জনতা পাৰ্টি কিয় থাকিব নোৱাৰিব?

তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতীয় দৰ্শন আৰু সংস্কৃতিক দীৰ্ঘকালজুৰি বিভিন্ন দেশত সম্প্ৰসাৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Recent News

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

কুকুৰে কিছুমান লোকক দেখিলেই ভুকিবলৈ আৰম্ভ কৰে : কিন্তু কিয়?

কুকুৰে কিছুমান লোকক দেখিলেই ভুকিবলৈ আৰম্ভ কৰে : কিন্তু কিয়?

মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ কেবিনেট বৈঠক : ঘোষণা ওমৰ আব্দুল্লাৰ

মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ কেবিনেট বৈঠক : ঘোষণা ওমৰ আব্দুল্লাৰ

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা! এইখন শুভ আৰু অশুভৰ মাজৰ যুঁজ!

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা! এইখন শুভ আৰু অশুভৰ মাজৰ যুঁজ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd