• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজনৰ মৃত্যু, কেইবাজনো আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2025 11:14 am
দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজনৰ মৃত্যু, কেইবাজনো আহত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱা দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু ঘটিছে আৰু আন কেইবাজনো লোক আহত হৈছে।

বাতৰি অনুসৰি, এ এছ ২০ ২২৮৯ পঞ্জীয়ন নম্বৰৰ আল্ট্ৰা বাছখন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনা পতিত হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ধূলা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন জব্দ কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ পৰা অনুমান কৰা হৈছে যে দুৰ্ঘটনাটো অতি ভয়াৱহ আছিল, বাছখনৰ ভিতৰৰ পৰা ৰক্তাক্ত হৈ পৰি থকা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

ইপিনে, ধূলা আৰক্ষীয়ে থানা চৌহদত সংবাদ মাধ্যমক প্ৰৱেশ কৰিব নিদিয়াৰ ফলত সাংবাদিকসকলে সৱিশেষ তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হয়। আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো থানাত গৈ উপস্থিত হয়৷

দুৰ্ঘটনাৰ কাৰণ তথা অধিক সবিশেষ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

August 28, 2025 3:50 pm
ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

August 28, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd