• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ চিকিৎসালয়ত দুগৰাকী চিকিৎসক ক’ৰ’না প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 10:01 pm
Hospital

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

19.2k
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ এখন চিকিৎসালয়ৰ দুগৰাকী চিকিৎসক কোভিদ-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য লাভ কৰা হৈছে।

জানিব পৰা মতে, দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকে সংক্ৰমিত ৰোগীক চিকিৎসা কৰাৰ ফলত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

‘‘চিকিৎসক দুগৰাকীৰ সংস্পৰ্শলৈ অহা আৰু কিছু সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। আমি বৰ্তমান চিকিৎসক দুগৰাকীৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো,’’ ৰাম মোনহৰ লোহিয়া চিকিৎসালয়ৰ এগৰাকী বিষয়াই এইদৰে সদৰি কৰে।

আনহাতে, চিকিৎসক দুগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলিও বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

‘‘দুয়োগৰাকী চিকিৎসক বৰ্তমান সুস্থ হৈ আছে। তেওঁলোকৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই যদিও পৰীক্ষাত ক’ৰ’না প’জিটিভ আহিছে,’’ চিকিৎসালয়খনৰ তৰফৰ পৰা লগতে জনায়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত এগৰাকী চিকিৎসকে ক’ৰ’না ৰোগীক চিকিৎসা কৰি থকাৰ সময়ত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় মৃত্যু আকোৱালি ল’বলগীয়া হৈছিল।

ভাৰত চৰকাৰ আৰু দেশৰ ৰাজ্য চৰকাৰ সমূহৰ তৰফৰ পৰা চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ সুৰক্ষা প্ৰথম প্ৰাথমিকতা বুলি বাৰে বাৰে নিৰ্দেশনাত উল্লেখ কৰি অহাৰ পাছতো কিছুসংখ্যক চিকিৎসা কৰ্মী ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Tags: COVID-19

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd