• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ড্ৰাগচসহ দুই যুৱক আটক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 27, 2019 7:06 am
822
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ পিছত এতিয়া শিৱসাগৰ জিলা ড্ৰাগচৰ ঘাটি হিচাপে পৰিগনিত হৈছে। শিৱসাগৰ আৰক্ষীয়ে বুধবাৰে ড্ৰাগচসহ দুজন যুৱকক আটক কৰে। আটক কৰা দুই যুৱকৰ পৰা বহুকেইটা ব্ৰাউন চুগাৰৰ পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দল চহৰৰ গনকপট্টী তিনি আলিৰ স্কাইচেফ হোটেলৰ সন্মুখত ৰৈ থকা অৱস্থাত গনকপট্টীৰ দিশৰ পৰা আহি থকা এ এছ ০৪ কিউ ৩৫৭১ নম্বৰৰ ৰঙা ৰঙৰ এল্ট গাড়ীখন আগ ভেটি ধৰে। গাড়ীত থকা দুই আৰোহীৰ লগতে আৰক্ষীয়ে গাড়ীখনৰ তালাচী চলোৱাত কেইবা পেকেট ড্ৰাগচ উদ্ধাৰ কৰা হয়।

আটকাধীন যুৱক দুজনক অংকুৰজ্যোতি বৰুৱা আৰু মানৱজ্যোতি গগৈ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে পিছত দুয়োজনকে সোধা-পোচাৰ বাবে থানালৈ লৈ যায়।

উল্লেখযোগ্য যে, শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বিহুবৰৰ পৰা ড্ৰাগচৰ বেহা নিয়ন্ত্ৰিত হৈ আহিছে। এক অসাধু চক্ৰই বিভিন্ন এজেন্টৰ জৰিয়তে সেৱনকাৰীক ড্ৰাগচৰ যোগান ধৰে। বিহুবৰৰ পৰা চূনপূৰা পৰ্যন্ত আহি এজেন্টে ড্ৰাগচ যোগান দি যায়হি।

আজি শিৱসাগৰ আৰক্ষীয়ে আটক কৰা অংকুৰজ্যোতি আৰু মানৱজ্যোতিয়ে বিহুবৰৰ এজেন্টৰ পৰা চূনপূৰাত ড্ৰাগচ সংগ্ৰহ কৰি উভতি আহিছিল বুলি স্বীকাৰ কৰে।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd