• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ হিংসা: যোৱা ৬ জুলাইত নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীক ‘হত্যা’; ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2023 8:42 am
1.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৬ জুলাইত ৰাজ্যখনত জনগোষ্ঠীয় হিংসাৰ চৰম পৰ্যায়ত নিৰুদ্দেশ হোৱা মণিপুৰৰ দুগৰাকী কিশোৰ শিক্ষাৰ্থীক ‘হত্যা’ কৰাৰ সন্দেহ কৰা হৈছে।

ৰাজ্যত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ হোৱাৰ পিছতে নিৰুদ্দেশ হোৱা মণিপুৰৰ শিক্ষাৰ্থী দুজনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ফটো এখনত শিক্ষাৰ্থী দুজনৰ মৃতদেহ দেখা গৈছে, আনখনত পিছপিনে দুজন অস্ত্ৰধাৰী লোকৰ সৈতে আতংকত বহি থকা দেখা গৈছে।

ইফালে মণিপুৰ চৰকাৰে এই মৃতদেহ নিৰুদ্দেশ হোৱা শিক্ষাৰ্থী দুজনৰ বুলি নিশ্চিত কৰা বুলি জানিব পৰা গৈছে।

নিহত ছাত্ৰ-ছাত্ৰী দুগৰাকী হ’ল: ছাত্ৰী – হিজাম লিন্থোইংগাম্বী (১৭) আৰু ছাত্ৰ – ফিজাম হেমজিৎ (২০)।

মণিপুৰৰ মুখ্যমন্ত্রীৰ কার্যালয়ৰ তৰফৰ পৰা জানিব পৰা মতে, ইতিমধ্যে এই গোচৰৰ তদন্ত চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে (চিবিআই)অব্যাহত ৰাখিছে।

নিৰুদ্দেশ হোৱা, মৃত ছাত্ৰ-ছাত্ৰী দুয়োজনেই আছিল মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোবোৰত দেখুওৱা টাইমলাইন অনুসৰি ছবিবোৰ নিৰুদ্দেশ হোৱাৰ দুদিন পিছত ৮ জুলাইত লোৱা হৈছে।

লুৱাংবিয়ে নিজৰ কোচিং ক্লাছত অংশগ্ৰহণ কৰাৰ পিছত ৬ জুলাইত হিজামৰ সৈতে কেটিএম বাইকত উঠি ওলাই গৈছিল যদিও তেতিয়াৰ পৰা আৰু ঘৰলৈ উভতি অহা নাই।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd