• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঞ্জাৱৰ চৰকাৰী ভৱনত ৰাষ্ট্ৰীয় পতাকা আঁতৰাই খালিস্তানী পাতাকা উৰুৱালে দুজন দুষ্কৃতিকাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 9:20 am
659
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়তে পঞ্জাৱৰ এটা চৰকাৰী ভৱনত দেশৰ ৰাষ্ট্ৰীয় পতাকা অৱনমিত কৰি দুগৰাকী দুষ্কৃতিকাৰীয়ে খালিস্তান লিখা থকা গেৰুৱা পতাকা উত্তোলন কৰে।

পঞ্জাৱৰ মুগাত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে পৰৱৰ্তী সময়ত খালিস্তানী পতাকাখন আতৰাই পেলাই আৰু নতুন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

”আমাৰ হাতত চিচি টিভ ফুটেজ আৰু আৰু অতি সোনকালে দুষ্কৃতিকাৰী সকলক কৰায়ত্ত কৰাৰ ব্যৱস্থা কৰা হ’ব,” আৰক্ষীয়ে লগতে কয়।

ভাৰতৰ বিভিন্ন প্ৰান্তত আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লাল কিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশক আত্মনিৰ্ভৰ হোৱাৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়।

মোদীয়ে ভাৰতবাসীয়ে এবাৰ কিবা সংকল্প কৰিলে সেই সংকল্পত উপনীত নোহোৱালৈ চেষ্টা অব্যাহত ৰাখে বুলিও লগতে কয়।

Recent News

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd