• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ ২০০ মিটাৰত একেলগে দৌৰিব ক্ৰমে ৪০০ আৰু ১০০ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হিমা দাস আৰু দ্যুতি চান্দে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2018 11:11 pm
HimaDas_Dutte

হিমা দাস আৰু দুতী চান্দ।

89
VIEWS
Share on FacebookShare on Twitter

চলিত এছিয়ান গেইমছত ৪০০ মিটাৰত ৰূপ জিনা অসমৰ হিমা দাস আৰু ১০০ মিটাৰত ৰূপ জিনা উৰিষ্যাৰ দুতী চান্দে কাইলৈ একেলগে দৌৰিব মহিলাৰ ২০০ মিটাৰৰ ইভেণ্টত। এছিয়ান গেইমছত কঠিন ইভেণ্টত পদক জিকি দেশক বিৰল গৌৰৱৰ অধিকাৰী কৰা দুয়োগৰাকী উদীয়মান খেলুৱৈৰ ওপৰত কাইলৈ দৃষ্টি থাকিব সমগ্ৰ দেশবাসীৰ।

উল্লেখযোগ্য যে দুয়োগৰাকীয়ে কালি ক্ৰমে ৪০০ মিটাৰ আৰু ১০০ মিটাৰত ৰূপৰ পদক জয় কৰিছিল। আনহাতে দুয়োগৰাকীয়েই নিজৰ নিজৰ ইভেণ্টত ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী।

হিমাই চলিত এছিয়ান গেইমছতে মহিলাৰ ৪০০ মিটাৰ ৫০.৭৯ ছেকেণ্ডত দৌৰি পূৰ্বে নিজৰ নামতে থকা অভিলেখ ভংগ কৰাৰ বিপৰীতে দুতীয়ে ২০১৬ চনত কাজাখাস্তানত হোৱা এক প্ৰতিযোগিতাত ১১.২৪ ছেকেণ্ডত মহিলাৰ ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি থৈছে। ২০০ মিটাৰত হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় মান হ’ল ২৩.১০ আৰু দুতীৰ ২৩.৮১১ ছেকেণ্ড।

মহিলাৰ ২০০ মিটাৰত সময় মানৰ দিশেদি হিমা গোটেই ৩২গৰাকী প্ৰতিযোগীৰ ভিতৰত দ্বিতীয় স্থানত আছে। প্ৰথম স্থানত আছে চীনৰ ৱেই ৱংলি(Wei Yongli) যাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হ’ল ক্ৰমে ২২.৯৭ ছেকেণ্ড।

গতিকে ২০০ মিটাৰত স্বৰ্ণ বা ৰূপ জিকাৰ সম্ভাৱনা পূৰামাত্ৰাই আছে হিমাৰ।

Recent News

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd