• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
April 29, 2021 8:18 am
Oxygen-plants-750x375
209
VIEWS
Share on FacebookShare on Twitter

কৰোনাৰ আতংকময় দ্বিতীয় ঢৌৱে দেশত মেডিকেল অক্সিজেনৰ নাটনি কৰাৰ সনয়তে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন কৰা হৈছে।

বুধবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক তথা অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে দুয়োটা অক্সিজেন উৎপাদন প্ৰকল্পকে উদ্বোধন কৰে।

দুয়োটা নতুন অক্সিজেন উৎপাদন প্ৰকল্পই দৈনিক ২০০ টা বৃহৎ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি হোৱাকৈ অক্সিজেন উৎপাদন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ কাকতিয়ে।

“এটা কেন্দ্ৰই ১০০ টা ডাঙৰ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি হোৱাকৈ অক্সিজেন উৎপাদন কৰিব। অসম চিকিৎসা মহাবিদ্যালয়ত দৈনিক ১২০ৰ পৰা ১৪০ টা অক্সিজেনৰ চিলিণ্ডাৰ প্ৰয়োজন হয় আৰু এতিয়াৰ পৰা পাইপৰ দ্বাৰা পোনপটীয়াকৈ উৎপাদন কেন্দ্ৰৰ পৰা ৰোগীক অক্সিজেন যোগান ধৰিব পৰা যাব।” অধীক্ষক ডাঃ কাকতিয়ে সংবাদ মাধ্যমৰ আগত কয়।

অধীক্ষক ডাঃ কাকতিয়ে লগতে কয় যে চিকিৎসা মহাবিদ্যালয়খনৰ দৈনিক চাহিদা অনুসৰি এতিয়াৰে পৰা অতিৰিক্ত ৬০-৭০ টা অক্সিজেনৰ চিলিণ্ডাৰ সংৰক্ষণ কৰিব পৰা যাব।

“আমি AMCHত আন এটা অক্সিজেন প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰি আছো। যদি আমি AMCHত আৰু এটা প্ৰকল্প স্থাপন কৰিব পাৰোঁ তেন্তে জিলাখনত অক্সিজেনৰ কোনো অভাৱ নহ’ব আৰু প্ৰয়োজন হ’লে আমি আন জিলাৰ চাহিদাও পূৰণ কৰিব পাৰিম।” ডাঃ কাকতিয়ে লগতে কয়।

উল্লেখ্য যে ২০২০ চনৰ অক্টোবৰ মাহত চিকিৎসা মহাবিদ্যালয়খনত কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে আৰু অসম চৰকাৰৰ তত্বাৱধানত অক্সিজেন প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল।

Recent News

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd