• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 22, 2025 7:40 pm
124
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ হৈ ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুই ব্যক্তি। পঞ্জাৱৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দেওবাৰে অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা দুজনৰ নাম গুৰপ্ৰীত চাং ওৰফে গোপী ফজী আৰু সাহিল মাছিহ ওৰফে ছানী।

গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে এই দুই অভিযুক্তই পেন ড্ৰাইভৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইলৈ দেশখনৰ কেইবাটাও গোপন তথ্য সৰবৰাহ কৰিছিল।

এই অভিযুক্ত দুজনৰ সৈতে আই এছ আইৰ বিষয়াসকল প্ৰত্যক্ষ সংস্পৰ্শত আছিল। ইফালে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ উপৰিও অভিযুক্তই নিজৰ পাকিস্তানী হেণ্ডলাৰৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰা মোবাইল ফোন দুটাও জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।মন কৰিবলগীয়া যে অপাৰেচন সিন্দুৰৰ পিছত চৰকাৰে ভাৰতত বসবাস কৰা পাকিস্তানী চোৰাংচোৱাক চিনাক্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছিল। কেইবাটাও গোপন তথ্য পাকিস্তানলৈ সৰবৰাহৰ অভিযোগ পোহৰলৈ আহিছে। ইয়াৰ পিছতে গ্ৰেপ্তাৰ হৈছিল সুন্দৰী ইউটিউবাৰ জ্যোতি মালহোত্ৰা। তেওঁক সোধা-পোছা কৰাৰ পিছত তদন্তকাৰী বিষয়াসকলে আন কেইবাজনো লোকক চিনাক্ত কৰে। কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকক সোধা-পোছা কৰাৰ পিছত পোহৰলৈ আহে কেইবাটাও তথ্য। ইয়াৰ মাজতে পঞ্জাৱৰ পৰা দুজন পাকিস্তানী এজেণ্টক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Tags: INDIA PAKISTAN WAR

Recent News

ইৰাণৰ পৰা তেল ক্ৰয় কৰি বিপদত ভাৰতীয় কোম্পানী, ৬টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আমেৰিকাৰ

ইৰাণৰ পৰা তেল ক্ৰয় কৰি বিপদত ভাৰতীয় কোম্পানী, ৬টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আমেৰিকাৰ

নিৰাপত্তাৰক্ষীৰ সৈতে যুঁজত মাওবাদী নেতা নিহত, আহত ৩ জন জোৱান

নিৰাপত্তাৰক্ষীৰ সৈতে যুঁজত মাওবাদী নেতা নিহত, আহত ৩ জন জোৱান

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd