• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজনীত ৪৩ কিলোগ্ৰাম হৰিণাৰ মাংসৰ সৈতে দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2022 5:08 pm
WhatsApp Image 2022-03-08 at 4.31.57 PM

প্রতিনিধিত্বমূলক ফটো।

335
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে এখন স্থানীয় বজাৰত হৰিণাৰ মাংস বিক্ৰী কৰাৰ অভিযোগত চিৰাং জিলাৰ অন্তৰ্গত বিজনীৰ পৰা এছএছবিয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

লোক দুজনক সেই অঞ্চলৰে স্বৰাম নাৰ্জাৰী আৰু ৰাঙলু বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোক দুয়োজনৰে ওপৰত হৰিণাৰ চোৰাং চিকাৰ আৰু মাংস বিক্ৰী কৰাৰ অভিযোগ অনা হৈছে।

এছএছবিয়ে জনায় যে দুয়োজনে অবৈধভাৱে মাংস বিক্ৰী কৰাৰ তথ্য লাভ কৰি তেওঁলোকে বিজনীৰ ডুমডুম বজাৰত এক অভিযান চলায় আৰু তেওঁলোকক হৰিণাৰ মাংস বিক্ৰী কৰি থকা দেখা পায়।

লগতে পঢ়ক: ‘’আমেৰিকাৰ বিমানত চীনৰ পতাকা লগাই ৰাছিয়াত বোমা পেলোৱা উচিত’’-ডোনাল্ড ট্ৰাম্প

তেওঁলোকৰ পৰা মুঠতে ৪৩ কিলোগ্ৰাম হৰিণাৰ মাংস জব্দ কৰা হয়। দুয়োজন অভিযুক্তকে স্থানীয় আৰক্ষীক গতাই দিয়া হৈছে।

ভাৰত-ভূটান সীমান্তত অৱস্থিত এই অঞ্চলটোত অবৈধভাৱে বন্যপ্ৰাণীৰ মাংসৰ ব্যৱসায় চলি থকাৰ কেইবাটাও খবৰ পোহৰলৈ আহিছে।

যোৱা ১৭ ফেব্ৰুৱাৰীত অবৈধ হৰিণাৰ মাংসৰ ব্যৱসায়ৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক বিজনীৰ কুমাৰীচলীৰ পৰা আটক কৰা হৈছিল। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি এছএছবিৰ এটা দলে তেওঁক আটক কৰিছিল।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগ দিলে ভাৰতীয় ছাত্ৰই

গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক বিজনীৰ লাবডাংগুৰিৰ বাসিন্দা অবিন নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছিল।

সেইদিনা অভিযানৰ সময়তো এছএছবিৰ দলটোৱে কমেও ২০ কিলোগ্ৰাম হৰিণাৰ মাংস জব্দ কৰিছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd