• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘোচ লোৱা দৃশ্যৰ ভিডিঅ’ ভাইৰেল; হোজাইত দুজন আৰক্ষী জোৱানক নিলম্বন

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 28, 2019 10:23 pm
SP Ankur Jain

সংবাদমেলত হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন। ২৮ ছেপ্টেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন লোকৰ পৰা ঘোচ লোৱাৰ দৃশ্য বন্দী হোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত হোজাই আৰক্ষীয়ে দুজন আৰক্ষী জোৱানক নিলম্বন কৰিছে।

আৰক্ষীৰ ছ’চিয়েল মিডিয়া চেলৰ হাতত পৰা ভিডিঅ’টো বিশ্লেষণ কৰাৰ পিছতে উদালি আৰক্ষী থানাৰ আবজল হুছেইন নামৰ কনিষ্টবলজনক নিলম্বন কৰা হয়।

পিছত ছ’চিয়েল মিডিয়া চেলে আন এটা ভিডিঅ’ লাভ কৰে, য’ত জিলা বিশেষ শাখাৰ এজন কনিষ্টবল অতুল বনিয়াকো একেদৰেই অন্যায়ভাৱে ধন লোৱা দেখা যায়।

ভিডিঅ’ দুটা চালিজাৰি চোৱাৰ পিছত দুয়োজনকে নিলম্বন কৰাৰ সিদ্ধান্ত লয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই।

আজি এখন সংবাদমেল যোগে জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰক্ষী জোৱান দুজনক নিলম্বন কৰাৰ কথা জানিবলৈ দিয়ে।

“অতিৰিক্ত আৰক্ষী অধীক্ষক এছ পি সুমন চক্ৰবৰ্তীয়ে দুয়োটা বিষয়ৰ অনুসন্ধান কৰি আছে। ইতিমধ্যে ভুক্তভোগী আৰু আৰক্ষী জোৱানকেইজনৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। এই অবৈধ কাৰ্য্যকলাপত যেই জড়িত আছে, আইন অনুসৰি শাস্তি পাব”, সংবাদমেলত জৈন কয়।

আৰক্ষী অধীক্ষকজনে হোজাই আৰক্ষী “শূন্য দুৰ্নীতি” নীতি জাৰি ৰাখিবৰ বাবে বদ্ধপৰিকৰ বুলি জানিবলৈ দি কয়, “আমি ৰাইজৰ সুবিধাৰ্থে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাতে অভিযোগ বাকচ স্থাপনৰ কথা চিন্তা কৰি আছো। নিজৰ নাম প্ৰকাশ কৰিবলৈ ইচ্ছা নকৰা বা ভয়তে অভিযোগ নকৰাসকলৰ বাবে ই এটা ডাঙৰ সুবিধা হ’ব”।

সংবাদমেল আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া মতে, শুকুৰবাৰৰ ৰাতি বিশেষ সূত্ৰৰ পম খেদি এছ আই টিৰ এটা দলে ডবকা নগৰত মজুমদাৰ ড্ৰাগছ এণ্ড ডিষ্ট্ৰিবিউটৰ নামৰ ঔষধৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানটোত অভিযান চলোৱা হয়। অভিযানৰ সময়ত আৰক্ষীয়ে বহুকেইবিধ নিষিদ্ধ ঔষধৰ (Sampex+ capsule, Qrex cough syrup, Nitrosun tablets) বৃহৎ পৰিমাণৰ কেপছুল, টেবলেট আৰু ছিৰাপৰ বটল জব্দ কৰিছে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd